Published on:
Updated on:
- ২০ আগষ্টত অস্মিতা চলিহাই খেলিব।
- ২১ আগষ্টত ৰ'দালী বৰুৱা আৰু কবিতা দেৱীয়ে খেলিব।
- ২৩ আগষ্টত আৰ্চাৰ প্ৰমীলা দৈমাৰীৰ খেল।
- ২৪ আগষ্টত বক্সাৰ শিৱ থাপাৰ খেল।
- ২৫ আগষ্ট পুৱা ৮:৩০ বজাত হিমাৰ ৪০০ মিটাৰৰ প্ৰাৰম্ভিক খেল।
- ২৫ আগষ্ট সন্ধিয়া ৭:২০ বজাত মহিলাৰ ৪০০ মিটাৰৰ ছেমি ফাইনেল।
- ২৬ আগষ্টত মহিলাৰ ৪০০ মিটাৰ ফাইনেল।
- ২৮ আগষ্টত পুৱা হিমা দাসৰ ২০০ মিটাৰৰ প্ৰাৰম্ভিক খেল।
- ২৮ আগষ্টত সন্ধিয়া ২০০ মিটাৰৰ ছেমি ফাইনেল।
- ২৯ আগষ্টত সন্ধিয়া মহিলাৰ ২০০ মিটাৰ ফাইনেল।
- ৩০ আগষ্টত ৪×৪০০ মিটাৰ ৰিলেত খেলিব হিমা দাসে।
- ৩০ আগষ্টত সন্ধিয়া ৪×৪০০ মিটাৰ ৰিলেৰ ফাইনেল খেল।
Code:
Asomiya Pratidin
www.asomiyapratidin.in