এছিয়ান গেমছৰ ব্ৰীজত ভাৰতৰ স্বৰ্ণ

এছিয়ান গেমছৰ ব্ৰীজত ভাৰতৰ স্বৰ্ণ
  • এছিয়ান গেমছত আৰু এটা স্বৰ্ণ পদক ভাৰতৰ।
  • ব্ৰীজৰ ফাইনেলত স্বৰ্ণ জয় ভাৰতীয় খেলুৱৈৰ।
  • প্ৰণৱ বৰ্ধন আৰু শিৱ নাথ সৰকাৰে জয় কৰিলে এই স্বৰ্ণ।
  • আজিৰ দিনটোত এছিয়ান গেমছত দ্বিতীয়টো সোণৰ পদক ভাৰতৰ।

Related Stories

No stories found.
Asomiya Pratidin
www.asomiyapratidin.in