ক্রীড়া-জগত মুখ্য-পৃষ্ঠা এছিয়ান গেমছৰ ব্ৰীজত ভাৰতৰ স্বৰ্ণ এছিয়ান গেমছৰ ব্ৰীজত ভাৰতৰ স্বৰ্ণ asomiyapratidin 01 Sep 2018 13:11 IST Follow UsNew Updateএছিয়ান গেমছত আৰু এটা স্বৰ্ণ পদক ভাৰতৰ।ব্ৰীজৰ ফাইনেলত স্বৰ্ণ জয় ভাৰতীয় খেলুৱৈৰ।প্ৰণৱ বৰ্ধন আৰু শিৱ নাথ সৰকাৰে জয় কৰিলে এই স্বৰ্ণ।আজিৰ দিনটোত এছিয়ান গেমছত দ্বিতীয়টো সোণৰ পদক ভাৰতৰ।আমাৰ নিউজলেটাৰত চাবস্ক্ৰাইব কৰক! বিশেষ অফাৰ আৰু নতুন খবৰ পোৱাৰ প্ৰথমজন হওকচাবস্ক্ৰাইব কৰক পৰৱৰ্তী প্ৰৱন্ধসমূহ পঢ়ক