ডিজিটেল ডেস্কঃ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক অজিত ৱাডেকাৰ আৰু নাই।
৭৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে প্ৰাক্তন ক্ৰিকেটাৰগৰাকীয়ে। দীৰ্ঘদিন ধৰি অসুস্থতাত ভুগি আছিল ৱাডেকাৰে।
১৯৪১চনৰ ১ এপ্ৰিলত জন্ম হৈছিল ক্ৰিকেটাৰগাৰীক। তেওঁ ভাৰতীয় জাতীয় ক্ৰিকেট দলৰ হৈ ১৯৬৬ৰ পৰা ১৯৭৪চনলৈ।