Published on:
Updated on:
- খেল' ইণ্ডিয়াত অংশ ল'বলৈ প্ৰস্তুতি চলাই থকা সময়তে শৰবিদ্ধ হোৱা ডিব্ৰুগড়ৰ শিৱাংগিনী গোঁহাইৰ অস্ত্ৰোপচাৰ সম্পন্ন।
- অস্ত্ৰোপচাৰৰ পাচত বৰ্তমান খেলুৱৈগৰাকীক ৰখা হৈছে আই চি ইউত।
- ডিব্ৰুগড়ৰ শিৱাংগিনী গোঁহাই নামৰ ১২ বছৰীয়া খেলুৱৈগৰাকী বৰ্তমান দিল্লীত চিকিৎসাধীন।
- আৰ্চাৰীৰ অনুশীলনৰ সময়ত দুৰ্ঘটনাবশত ডিঙিত লাগিছিল কাঁড়।
Code:
Asomiya Pratidin
www.asomiyapratidin.in