মেট্ৰিকৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষাঃ আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া

মেট্ৰিকৰ ফলাফলত অসন্তুষ্ট শিক্ষাৰ্থীৰ বাবে বিশেষ পৰীক্ষাঃ আৰম্ভ হৈছে আবেদন প্ৰক্ৰিয়া
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীয়ে দিব পাৰিব বিশেষ পৰীক্ষা।
  • অসম মাধ্যমমিক শিক্ষা পৰিষদ চমুকৈ ছেবাই লৈছে গুৰুত্বপূৰ্ণ সিদ্ধান্ত।
  • বিকল্প মূল্যায়ন পদ্ধতিৰে লাভ কৰা ফলাফলক লৈ অসন্তুষ্ট শিক্ষাৰ্থীয়ে আটাইকেইটা বিষয়ৰ থিয়ৰী পৰীক্ষাত বহিব পাৰিব।
  • কিন্তু পূৰ্বে ঘোষণা কৰা ফলাফলত অনুত্তীৰ্ণ শিক্ষাৰ্থীয়ে এই পৰীক্ষাত বহিব নোৱাৰিব।
  • বিশেষ পৰীক্ষাত বহা শিক্ষাৰ্থীসকলে বৰ্তমান লাভ কৰা মাৰ্কশ্বিটৰ সলনি আন এক মাৰ্কশ্বিট লাভ কৰিব।
  • শিক্ষাৰ্থীসকলে নিজৰ বিদ্যালয়ৰ জৰিয়তে বিশেষ পৰীক্ষাৰ বাবে আবদেন কৰিব পাৰিব।
  • পৰীক্ষাত অৱতীৰ্ণ হ'ব বিচৰা শিক্ষাৰ্থীসকলে ৫ আগষ্টৰ সন্ধিয়াৰ পৰা ১২ আগষ্টৰ নিশা ৯ বজাৰ ভিতৰত নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে পৰীক্ষাৰ বাবে আবেদন কৰিব পাৰিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in