" সোণৰ পদক অৰ্জন অসম কন্যা লাভলীনা বৰগোহাঁইৰ বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিঙৰ ফাইনেলত জয়ী স্পেইনত ৭৫ কেজি শাখাত জয়ী লাভলীনা লাভলীনাৰ হাতত পৰাস্ত ইংলেণ্ডৰ মেৰী কেইট স্মিথ সামাজিক মাধ্যমৰ জৰিয়তে আনন্দ প্ৰকাশ কৰিলে লাভলীনা বৰগোহাঁইয়ে "