ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ বদলি, চাওঁক সবিশেষ

ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষকৰ বদলি, চাওঁক সবিশেষ
  • ৰাজ্যৰ কেইবাখনো জিলাৰ আৰক্ষী অধীক্ষক সলনি
  • গুৱাহাটীৰ অপৰাধ শাখাৰ DCP বৰুণ পুৰকায়স্থক হোজাইলৈ বদলি
  • ডিব্ৰুগড়ৰ SP ৰূপে নিযুক্ত চৰাইদেউৰ এছ মিশ্ৰ
  • গুৱাহাটী পূব মণ্ডলৰ DCP নিযুক্ত শুভ্ৰজ্যোতি বৰা
  • গুৱাহাটীৰ অপৰাধ শাখাৰ DCP নিযুক্ত মোহনলাল মীনা
  • শোণিতপুৰৰ SP মুগ্ধজ্যোতি মহন্তক মুখ্য কাৰ্যালয়লৈ বদলি
  • লখিমপুৰৰ SP ৰূপে নিযুক্তি বেদান্ত মাধৱ ৰাজখোৱাক
  • তিনিচুকীয়াৰ SP ৰূপে বদলি দেৱজিত্ দেউৰীক
  • মাজুলীৰ SP ৰূপে নিযুক্তি গৌতম বৰাক
  • মানৱেন্দ্ৰ দেৱৰয়ক কাহিলীপাৰাৰ দশম আৰক্ষীৰ কমাণ্ডাৰ নিযুক্তি
  • বিশ্বনাথৰ SP ৰাজেন সিঙক বাক্সাৰ SP ৰূপে নিযুক্তি
  • চিৰাঙৰ SP সুধাকৰ সিঙক চৰাইদেউৰ SP ৰূপে বদলি
  • মাজুলীৰ পৰা লংনিত টেৰাঙক গুৱাহাটীৰ AIGP ৰূপে বদলি
  • বঙাইগাঁৱৰ SP ৰূপে নিযুক্তি স্বপ্ননীল ডেকাক
  • বঙাইগাঁৱৰ সুবোধ সোণোৱালক SP ৰূপে দক্ষিণ শালমৰালৈ বদলি
  • ধুবুৰীৰ SP আনন্দ মিশ্ৰক নগাঁৱলৈ বদলি
  • কোকৰাঝাৰৰ SP ৰাকেশ ৰোছনক শিৱসাগৰৰ SP ৰূপে বদলি
  • যোৰহাটৰ নতুন SP হ'ব অংকুৰ জৈন
  • চিৰাঙৰ SP ৰূপে বদলি IPS বিষয়া গৌৰৱ উপাধ্যায়ক
  • কোকৰাঝাৰৰ SP ৰূপে বদলি ডিব্ৰুগড়ৰ টি পি বিজয় কুমাৰক
  • হাইলাকান্দিৰ নতুন SP হ'ব হামৰেণৰ ৰমনদীপ কৌৰ
  • বৰপেটাৰ পৰা ৰবীন কুমাৰক গোলাঘাটৰ SP ৰূপে বদলি
  • কাছাৰৰ SP বি এল মীনাক দুৰ্নীতি নিবাৰকৰ SP নিযুক্তি
  • গোলাঘাটৰ SP পুষ্পৰাজ সিঙক কাৰ্বি আংলঙলৈ বদলি
  • নগাঁৱৰ পৰা গৌৰৱ অভিজিত্‍ দিলীপক ধুবুৰীলৈ SP ৰূপে বদলি
  • মাজুলীৰ SP এন অপৰ্ণাক মৰিগাঁৱৰ SP ৰূপে নিযুক্তি
  • যোৰহাটৰ SP মৃণাল তালুকদাৰক সপ্তম APBnলৈ বদলি
  • শিৱসাগৰৰ SP অমিতাভ সিনহাক বৰপেটালৈ বদলি
  • বাক্সাৰ হিৰণ্য বৰ্মনক ওদালগুৰিৰ SP ৰূপে নিযুক্তি
  • দৰঙৰ SP ৰূপে নিযুক্তি মুখ্য কাৰ্যালয়ত থকা সুশান্ত বিশ্ব শৰ্মাক
  • ওদালগুৰিৰ SP ৰিপুল দাসক বিশ্বনাথৰ SP ৰূপে বদলি
  • হামৰেণৰ SP নিযুক্ত অজংৰান বসুমতাৰীক
  • মৰিগাঁৱৰ SP নন্দ সিঙক মুখ্য কাৰ্যালয়লৈ বদলি
  • হাইলাকান্দিৰ SP পৱীন্দ্ৰ কুমাৰ নাথক নলবাৰীৰ SP ৰূপে নিযুক্তি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in