দক্ষিণ শালমাৰাত চোৰাং গৰুসহ এজনক আটক…

দক্ষিণ শালমাৰাত চোৰাং গৰুসহ এজনক আটক…
  • দক্ষিণ শালমাৰাৰ ৰাভাটাৰী চৰত ৭ টা চোৰাং গৰু সহ এজনক আটক
  • আজি পুৱা প্ৰায় ৮ বজাত দক্ষিণ শালমাৰা আৰক্ষীয়ে অভিযান চলাই গৰু কেইটা জব্দ কৰে
  • গৰু কেইটা ব্ৰহ্মপুত্ৰ নদীয়েদি বাংলাদেশত নিবলৈ ধৰিছিল
  • তেনে সময়ত আৰক্ষী অভিযান চলোৱাত কেইবাজনো গৰু সৰ্বৰাহকাৰী নাও এৰি পলায়ন কৰে
  • ইয়াৰে এজনক আটক কৰিবলৈ সক্ষম হয়
  • ধৃত সৰ্বৰাকাৰীটোক আশ্ৰফ আলী বুলি চিনাক্ত
  • নাও খন ফুটা কৰি দিয়াত ব্ৰহ্মপুত্ৰৰ মাজত নাও ডুব যোৱা বুলি দক্ষিণ শালমাৰা আৰক্ষীয়ে জানিবলৈ দিছে
  • ডুবন্ত নাৱৰ পৰা গৰু কেইটা উদ্ধাৰ কৰি জব্দ কৰা হৈছে

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in