দক্ষিণ কামৰূপত গা ধুবলৈ গৈ কলহী নৈত সন্ধানহীন ৩ ছাত্ৰী…

দক্ষিণ কামৰূপত গা ধুবলৈ গৈ কলহী নৈত সন্ধানহীন ৩ ছাত্ৰী…
  • দক্ষিণ কামৰূপৰ কুকুৰমাৰাত গা ধুবলৈ গৈ সন্ধানহীন ৩গৰাকী ছাত্ৰী।
  • কলহী নৈত সন্ধানহীন ছাত্ৰীকেইগৰাকী।
  • সন্ধানহীন প্ৰীতি কলিতা, মৌচুমী কলিতা আৰু ৰিংকি কলিতা।
  • ছাত্ৰীকেইগৰাকীক বিচাৰি অভিযান অব্যাহত।
  • স্থানীয় ৰাইজে চলাই আছে উদ্ধাৰ অভিযান।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in