নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল… VIDEO

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল… VIDEO
  • সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী।
  • 'কেব আমি নামানো', 'হিমন্ত বিশ্ব শৰ্মা মুৰ্দ্দাবাদ', 'সৰ্বানন্দ সোণোৱাল মুৰ্দ্দাবাদ', 'অমিত শ্বাহ মুৰ্দ্দাবাদ', 'অতুল বৰা মুৰ্দাবাদ' আদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷
  • প্ৰতিবাদকাৰী সকলে কিছু সময়ৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সব্যস্ত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in