শেহতীয়া খবৰ
হাজো-নলবাৰী পথৰ এলেংগীদলত পথ দুৰ্ঘটনা,নিহত ১  •  পশ্চিম গোৱালপাৰাত 'কা' বাতিল আৰু অখিল গগৈৰ মুক্তিৰ দাবীত গণ সমাৱেশ...  •  মঙলদৈত বিবেকানন্দ কেন্দ্ৰ বিদ্যালয় ভৱনৰ আধাৰশিলা স্থাপন...  •  ডবকাৰ ৩৬নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত উদ্ধাৰ অচিনাক্ত মৃতদেহ...  •  চীনত কোৰোনা ভাইৰাছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১৩২জনলৈ বৃদ্ধি...  •  ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰত অৰ্ধশতাধিক মহিলাৰ চাফাই অভিযান...  •  নলবাৰীত হিন্দু জাগৰণ মঞ্চৰ প্ৰতিবাদ... VIDEO  •  পথৰ দুৰৱস্থা! ১২ কিলোমিটাৰ চাঙিত কঢ়িয়াই নিব লগা হৈছে ৰোগীক... VIDEO  •  বিটিআৰ চুক্তিৰ প্ৰতিটো দফা ৰূপায়ন হলে স্বয়ংক্ৰিয়ভাৱে বড়োলেণ্ড পৃথক ৰাজ্য গঠন হ'বইঃ হাগ্ৰামা...  •  ড০ হীৰেণ গোঁহাইৰ বিৰুদ্ধে চানমাৰী থানাত গোচৰ ৰুজু...

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল… VIDEO

57
  • সোণাপুৰত আমৰি কাৰ্বি ছাত্ৰ সন্থাৰ জোঁৰ সমদল।
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী।
  • ‘কেব আমি নামানো’, ‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দ্দাবাদ’, ‘সৰ্বানন্দ সোণোৱাল মুৰ্দ্দাবাদ’, ‘অমিত শ্বাহ মুৰ্দ্দাবাদ’, ‘অতুল বৰা মুৰ্দাবাদ’ আদি ধ্বনি দি সমগ্ৰ পৰিবেশ উত্তাল কৰি তোলে ৷
  • প্ৰতিবাদকাৰী সকলে কিছু সময়ৰ বাবে ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি প্ৰতিবাদ সব্যস্ত কৰে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি