সোণাপুৰত পথৰ ওপৰতে বাগৰিল নৈশ বাছ, আহত প্ৰায় ১৫ জন যাত্ৰী

সোণাপুৰত পথৰ ওপৰতে বাগৰিল নৈশ বাছ, আহত প্ৰায় ১৫ জন যাত্ৰী
  • মঙলবাৰে পুৱতি নিশা সোণাপুৰৰ কলেজ গেটত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
  • হৰ্ষিতা ৱাছিং চেণ্টাৰৰ সন্মুখত নিয়ন্ত্ৰণ হেৰুৱাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বাগৰি পৰে নৈশ বাছ।
  • বাছখনৰ নম্বৰ MN-01-2076।
  • বাছখন মণিপুৰৰ পৰা গুৱাহাটী অভিমুখে গৈ আছিল।
  • চালকজনে সুৰাপান কৰি বাছ চলোৱাৰ অভিযোগ।
  • বাছখনত আছিল প্ৰায় ৩০ জন যাত্ৰী।
  • ইয়াৰে প্ৰায় ১৫জন যাত্ৰী আহত হৈছে।
  • ২জনৰ অৱস্থা সংকটজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in