হিমাচলৰ শুভ্ৰ শোভাই হাত বাউলি মাতিছে পৰ্যটকক

হিমাচলৰ শুভ্ৰ শোভাই হাত বাউলি মাতিছে পৰ্যটকক

ডিজিটেল ডেস্কঃ প্ৰকৃতিৰ অনুপম শোভাৰে জিলিকি উঠিছে হিমাচল প্ৰদেশ। বৰফৰ বগা আঁচলে সৃষ্টি কৰিছে এক নৈসৰ্গিক পৰিৱেশ।

শীতৰ বিয়লি পৰত এতিয়া গছে-বিৰিখে শুভ্ৰ আচ্ছাদন। যেন ধৰাৰ বুকুতেই সৃষ্টি হৈছে মায়াময় সৰগৰ।

হিমাচল প্ৰদেশৰ কিন্নুৱাৰ জিলাৰ কল্পাৰ দৃশ্য এয়া। প্ৰকৃতিক শোভিত কৰি এনেদৰেই সৃষ্টি হৈছে নৈসৰ্গিক পৰিৱেশৰ। সতেজ তুষাৰপাতে হাত বাউলি মাতিছে পৰ্যটকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in