NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন…

NIAৰ আদালতত ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন…
  • ছাত্ৰ মুক্তিৰ কাৰ্যকৰী সভাপতি মানস কোঁৱৰৰ জামিন মঞ্জুৰ।
  • ইয়াৰ লগে লগে কৃষক মুক্তিৰ আন কাৰাবন্দী নেতাসকলৰ জামিন লাভ কৰাৰ সম্ভাৱনা।
  • বৰ্তমান কাৰাবন্দী অখিল গগৈসহ ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱাল কোভিডত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে জি এম চি এইচত।
  • এন আই এৰ আদালতে জামিন মঞ্জুৰ কৰিলে মানস কোঁৱৰৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in