দুখবৰঃ ৰাজ্যত কোৰোনাত আক্ৰান্ত ৬জনৰ মৃত্যু…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ৰাজ্যত পুনৰ কোৰোনাত আক্ৰান্ত হৈ ৬জন লোকৰ মৃত্যু।
  • মৃত্যু হোৱা লোক কেইজন ক্ৰমে- সঞ্জীৱ কুমাৰ ভূঞা, সুবীৰ কুমাৰ দাস, শলিল চৌধুৰী, কালি সন্তোষ ভট্টাচাৰ্য, চন্দন মহন্ত আৰু অশোক কে চৌধুৰী।
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫১জনলৈ বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in