শিৱসাগৰত ৬০ বছৰীয়া বৃদ্ধাক পেট্ৰ’ল ঢালি জ্বলালে স্বামীয়ে!

শিৱসাগৰত ৬০ বছৰীয়া বৃদ্ধাক পেট্ৰ’ল ঢালি জ্বলালে স্বামীয়ে!
  • শিৱসাগৰ জিলাৰ নামতিত চাঞ্চল্য।
  • ৬০ বছৰীয়া এগৰাকী বৃদ্ধাক স্বামীয়ে জ্বলাই দিয়াৰ বাবে সৃষ্টি হৈছে এই চাঞ্চল্য।
  • পেট্ৰ'ল ঢালি মহিলাগৰাকীক স্বামীয়ে জ্বলাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • দিকচু খনিকৰ গাঁৱত সৃষ্টি হৈছে এই জঘন্য কাণ্ড।
  • অগ্নিদগ্ধ মহিলাগৰাকীক ভৰ্তি কৰা হৈছে ডিব্ৰুগড়ৰ হাস্পতালত।
  • মহিলাগৰাকীৰ স্বামীৰ নাম খগেন চুতীয়া।
  • তেওঁক গ্ৰেপ্তাৰ কৰিছে নামতি আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in