শেহতীয়া খবৰ
ভূমি বিবাদক কেন্দ্ৰ কৰি ৯ জনক গুলীয়াই হত্যা  •  অসমৰ বান পৰিস্থিতি বুজ ল’লে বলিউড তাৰকা অক্ষয় কুমাৰে, আগবঢ়ালে ২ কোটিৰ সাহায্য...  •  জম্মু-কাশ্মীৰত সেনা-সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ, নিহত ১ সন্ত্ৰাসবাদী...  •  ওৰাঙত বনৰীয়া মহৰ সন্ত্ৰাস...  •  নাজিৰাৰ হাতীপটীত ২ টা মৃত নাহৰফুটুকী উদ্ধাৰ...  •  হৰিশিঙাত নদীত উটি যোৱা ২ ছাত্ৰৰ ১ জনৰ মৃতদেহ উদ্ধাৰ...VIDEO  •  বানৰ তাণ্ডৱ! খহি পৰিল ৩ মহলাৰ বাসগৃহ... VIDEO  •  ইটানগৰত ভূমিস্খলনঃ গুৰুতৰভাৱে আহত দুজন, উদ্ধাৰকাৰী দলৰ উদ্ধাৰ অভিযান অব্যাহত... VIDEO  •  বানত বিধ্বস্ত অসমলৈ কেন্দ্ৰৰ ইমানেই মৰম! দুৰ্যোগৰ বাবে আৱন্টিত ধনো কৰ্তনহে কৰে দিল্লীয়ে...  •  পুলৱামা,উৰি আৰু মুম্বাই আক্ৰমণৰ মাষ্টাৰ মাইণ্ড হাফিজ ছৈয়দক গ্ৰেপ্তাৰ...

শিৱসাগৰত ৬০ বছৰীয়া বৃদ্ধাক পেট্ৰ’ল ঢালি জ্বলালে স্বামীয়ে!

179
  • শিৱসাগৰ জিলাৰ নামতিত চাঞ্চল্য।
  • ৬০ বছৰীয়া এগৰাকী বৃদ্ধাক স্বামীয়ে জ্বলাই দিয়াৰ বাবে সৃষ্টি হৈছে এই চাঞ্চল্য।
  • পেট্ৰ’ল ঢালি মহিলাগৰাকীক স্বামীয়ে জ্বলাই দিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ।
  • দিকচু খনিকৰ গাঁৱত সৃষ্টি হৈছে এই জঘন্য কাণ্ড।
  • অগ্নিদগ্ধ মহিলাগৰাকীক ভৰ্তি কৰা হৈছে ডিব্ৰুগড়ৰ হাস্পতালত।
  • মহিলাগৰাকীৰ স্বামীৰ নাম খগেন চুতীয়া।
  • তেওঁক গ্ৰেপ্তাৰ কৰিছে নামতি আৰক্ষীয়ে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি