চুইচাইড নোটত এহাল দম্পতীৰ নাম, আৰক্ষীৰ জালত দুয়ো…

চুইচাইড নোটত এহাল দম্পতীৰ নাম, আৰক্ষীৰ জালত দুয়ো…
  • শিৱসাগৰত শিখা শইকীয়া ৰহস্যজনক আত্মহত্যাৰ গোচৰত দুজনক আটক।
  • শিৱসাগৰ আৰক্ষীয়ে আটক কৰিলে দম্পতীক।
  • পত্নীসহ আটক নিৰিক্ষিত গগৈক।
  • ২৪ জুনৰ পৰা পলাতক হৈ আছিল গগৈ দম্পতী।
  • ২৩ জুনত মহিলা গৰাকীয়ে দিখৌত জপিয়াই আত্মহত্যা কৰিছিল।
  • এগৰাকী মহিলাৰ ছুইচাইড নোটত আছিল গগৈ দম্পতীৰ নাম।
  • শিৱসাগৰ সদৰ থানাত দুয়োগৰাকীকে জেৰা আৰক্ষীৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in