চলন্ত ৰে’লত বলাৎকাৰৰ পাছত হত্যা, শিৱসাগৰ আদালতত আজি শুনানি

চলন্ত ৰে’লত বলাৎকাৰৰ পাছত হত্যা, শিৱসাগৰ আদালতত আজি শুনানি
  • বৃহস্পতিবাৰে হ'ব শিৱসাগৰৰ বলাত্‍কাৰ আৰু হত্যাকাণ্ড গোচৰৰ শুনানি।
  • দুই হত্যাকাৰী বিপিন পাণ্ডে আৰু বিকাশ দাসক হাজিৰ কৰোৱা হৈছে শিৱসাগৰ জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত।
  • চলন্ত ৰে'লত এগৰাকী যুৱতীক বলাত্‍কাৰ কৰি হত্যা কৰিছিল এই হত্যাকাৰীদ্বয়ে।
  • ১০ জুলাইত সংঘটিত হৈছিল এই নাৰকীয় ঘটনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in