সুৰাৰ ৰাগীত মাতাল প্ৰিজাইডিং বিষয়া, মই কয়দী নহয়…চাওঁক VIDEO

সুৰাৰ ৰাগীত মাতাল প্ৰিজাইডিং বিষয়া, মই কয়দী নহয়…চাওঁক VIDEO

ডিজিটেল সংবাদ, শিৱসাগৰঃ বুধবাৰে সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটগ্ৰহণ। ৰাজ্যৰ ১৬খন জিলা আৰু ১১টা মহকুমাত নিৰ্বাচনৰ ভোটগ্ৰহণ সম্পন্ন। ভোটগ্ৰহণ কেন্দ্ৰসমূহত সকলো পুলিং আৰু প্ৰিজাইডিং বিষয়াই সুকলমে কৰিলে নিজ নিজ কৰ্ম। কিন্তু তাৰ মাজতে শিৱসাগৰৰ বেতবাৰী গাওঁ পঞ্চায়তত দেখিবলৈ পোৱা গ'ল এক বিৰল দৃশ্য।

বেতবাৰী পঞ্চায়তত এইজন প্ৰিজাইডিং অফিচাৰে আকৌ সংঘটিত কৰিলে আজৱ কাণ্ড ৷ সুৰাৰ ৰাগীত মাতাল হ'ল পঞ্চায়তটোৰ শুকানপুখুৰী প্ৰাথমিক বিদ্যালয়ৰ ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰিজাইডিং বিষয়া উপেন গগৈ৷ মদ্যপান কৰি নিৰ্বাচনৰ দায়িত্ব পালন কৰে প্ৰিজাইডিং অফিচাৰ উপেন গগৈই। অৱশেষত বিষয়াগৰাকীক পৰ্যবেক্ষকৰ নিৰ্দেশত আটক কৰে শিৱসাগৰ আৰক্ষীয়ে। চাওঁক ভিডিঅ'-

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in