শেহতীয়া খবৰ
আৰক্ষী-নিৰাপত্তাৰক্ষীৰ অভিযান অব্যাহত, জম্মু-কাশ্মীৰৰ আৱন্তিপোৰাত জেইছ-ই-মহম্মদৰ সন্ত্ৰাসবাদীৰ আত্মগোপন...  •  আছুৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰি থানাত ক্ষমা প্ৰাৰ্থনা বিজেপি বিধায়ক বিনোদ হাজৰিকাৰ ভাতৃৰ... VIDEO  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  পুৱাৰ ১০টা গুৰুত্বপূৰ্ণ খবৰ  •  খেলো ইণ্ডিয়াত অসমৰ ফুটবল দলক প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িওৱা ভাস্কৰ গগৈক আমগুৰিত উস্ম আদৰণি, VIDEO  •  ৫ মাহৰ পাছত কাশ্মীৰত মুকলি 2G ইন্টাৰনেট সেৱা, কিন্তু ব্যৱহাৰ কৰিব পাৰিব কেৱল...  •  নিশা আৰক্ষীৰে সংঘৰ্ষত নিহত সুৰা মাফিয়া বেজু মহতো...  •  নগাঁৱৰ কচুৱাৰৰ লুটুমাৰীত বিশাল ‘কা’ বিৰোধী প্ৰতিবাদী সভা... VIDEO  •  উত্তৰ গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ বালি চৰত ডাম্পাৰৰ চেপাত মৃত্যু যুৱকৰ

শিৱসাগৰৰ খৰিকটিয়া আলিত ইটা ভৰ্তি ট্ৰাক-টাটা মেজিকৰ সংঘৰ্ষ, VIDEO

594
  • শিৱসাগৰৰ খৰিকটিয়া আলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • জিলাখনৰ নামতি দা-ধৰা তিনি আলিত নামতিৰ পৰা শিৱসাগৰ অভিমুখে ইটা কঢ়িয়াই অনা ৪০৭ ট্রাক আৰু টাটা এ চিৰ সংঘৰ্ষ।
  • ৪০৭ ট্ৰাকখনৰ নম্বৰ এএছ-০৩-এচি-১৪৭১।
  • টাটা এচিখনৰ নম্বৰ এএছ-০৪-বিচি-৪২৬৩।

  • দুৰ্ঘটনাত পতিত হোৱা ৪০৭ ট্রাকখন খাৱৈত বাগৰি পৰে।
  • ইটা কঢ়িওৱা ৪০৭ ট্রাকখনৰ চালক সঞ্জয় কুমাৰ সিঙক ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।

  • আনখন বাহনৰ চালক বর্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা হৈছে।
  • ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি