শিৱসাগৰৰ খৰিকটিয়া আলিত ইটা ভৰ্তি ট্ৰাক-টাটা মেজিকৰ সংঘৰ্ষ, VIDEO

শিৱসাগৰৰ খৰিকটিয়া আলিত ইটা ভৰ্তি ট্ৰাক-টাটা মেজিকৰ সংঘৰ্ষ, VIDEO

  • শিৱসাগৰৰ খৰিকটিয়া আলিত ভয়ংকৰ পথ দুৰ্ঘটনা।
  • জিলাখনৰ নামতি দা-ধৰা তিনি আলিত নামতিৰ পৰা শিৱসাগৰ অভিমুখে ইটা কঢ়িয়াই অনা ৪০৭ ট্রাক আৰু টাটা এ চিৰ সংঘৰ্ষ।
  • ৪০৭ ট্ৰাকখনৰ নম্বৰ এএছ-০৩-এচি-১৪৭১।
  • টাটা এচিখনৰ নম্বৰ এএছ-০৪-বিচি-৪২৬৩।
  • দুৰ্ঘটনাত পতিত হোৱা ৪০৭ ট্রাকখন খাৱৈত বাগৰি পৰে।
  • ইটা কঢ়িওৱা ৪০৭ ট্রাকখনৰ চালক সঞ্জয় কুমাৰ সিঙক ইতিমধ্যে সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্রেৰণ কৰা হৈছে।
  • আনখন বাহনৰ চালক বর্তমান সুস্থ অৱস্থাত আছে বুলি জানিব পৰা হৈছে।
  • ঘটনাস্থলীত আমগুৰি আৰক্ষী উপস্থিত হৈ বাহন দুখন জব্দ কৰি তদন্ত আৰম্ভ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in