শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক এজনক

শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানত আটক এজনক
  • শিৱসাগৰত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান।
  • অভিযানৰ ONGC কলনীৰ পৰা এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ।
  • গ্ৰেপ্তাৰ হোৱা লোকজনকৰ নাম বিজয় কলিতা।
  • নিৰঞ্জন দাস নামৰ এজন ব্যক্তিৰ পৰা বিজয়ে ড্ৰাগছ কিনাৰ তথ্য লাভ আৰক্ষীৰ।
  • পূর্বেও ড্ৰাগছ সৰবৰাহৰ অপৰাধত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল বিজয়ক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in