শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

কণ্ঠশিল্পীৰ কাপোৰ দোকান তিনিবাৰকৈ সোমাল চোৰ…

ডিজিটেল সংবাদ, বকো : কামৰূপ জিলাৰ বকোত কণ্ঠশিল্পী এগৰাকীৰ দোকান তিনিবাৰকৈ চুৰি । বকো থানাৰ অন্তৰ্গত শাখাতি চ’কত থকা ৰাজু সৰকাৰ নামৰ কণ্ঠশিল্পীগৰাকীৰ কাপোৰ দোকানত প্ৰথমবাৰ যোৱা মাৰ্চ মাহত চোৰ সোমাইছিল।

ইয়াৰ কিছুদিন পিছত অৰ্থাৎ যোৱা ৪ মে’ত পুণৰ কাপোৰ দোকানখনত চোৰ সোমাই কাপোৰ চুৰি কৰি নিয়ে। শেহতীয়াকৈ তৃতীয়বাৰৰ বাবে যোৱা ১৯ জুনৰ নিশা দোকানখনৰ গোটেই কাপোৰ চুৰি কৰি নিয়ে ।

কণ্ঠশিল্পীগৰাকীয়ে দোকানখনৰ পিছফালৰ খিড়িকীৰে চোৰে সোমাই কাপোৰ চুৰি কৰি নিয়া বুলি বকো থানাত লিখিত ভাবে জনাইছে ।