শিলিগুৰিত হাতীৰ দাঁত জব্দ, দুজনক আটক

শিলিগুৰিত হাতীৰ দাঁত জব্দ, দুজনক আটক
  • শুকুৰবাৰে পুৱা শিলিগুৰিত জব্দ হাতীৰ দুটাকৈ দাঁত।
  • দুই সৰবৰাহকাৰীৰ পৰা জব্দ কৰে হাতীৰ দাঁত দুটা।
  • নিউ জলপাইগুৰিৰ পৰা ৰাজহ চোৰাংচোৱাই আটক কৰে সৰবৰাহকাৰীদ্বয়ক।
  • জব্দ কৰা হাতীৰ দাঁত দুটাৰ ওজন প্ৰায় ১০ কেজি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in