জুলাইত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকাঃ ৰাম মাধৱ

জুলাইত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকাঃ ৰাম মাধৱ
  • শিলচৰত উপস্থিত বিজেপি সাধাৰণ সম্পাদক ৰাম মাধৱ।
  • এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে তেওঁ।
  • সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয়-
  • '২০১৯ৰ জুলাই মাহৰ শেষৰ ভাগলৈকে এন আৰ চি চূড়ান্ত কৰা হ'ব।'
  • 'সমান্তৰালভাৱে গৃহীত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক।'
  • 'এন আৰ চি আৰু কেবৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত অবৈধ বিদেশী বিষয় সন্দৰ্ভত ভালকৈ কাম কৰিব পৰা যাব।'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in