শেহতীয়া খবৰ
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহৰ বিশাল ৰোড শ্ব’...  •  কুইন ওজা সাংসদ হোৱাটো গুৱাহাটীবাসীৰ বাবে অপমানঃ তৰুণ গগৈ  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১৫৬ জনলৈ বৃদ্ধি, নিহত সকলৰ ভিতৰত ৩৫ গৰাকী বিদেশী নাগৰিক  •  কোকৰাঝাৰত ১৭৬৫৪২৩ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ৯গৰাকী প্ৰাৰ্থীৰ ভাগ্য  •  কোনো শাৰিৰীক, মানসিক নিৰ্যাতন চলা নাছিল বিজেপি প্ৰাৰ্থী সাধ্বী প্ৰজ্ঞাৰ ওপৰত...  •  তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মহানগৰীৰ সোণাৰাম ফিল্ডত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱ্স্থা  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণৰ পিছত ভাৰতৰ হেল্পলাইন নম্বৰ মুকলি...  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  শ্ৰীলংকাৰ ধাৰাবাহিক বিস্ফোৰণত নিহতৰ সংখ্যা ১২৯ জনলৈ বৃদ্ধি  •  দক্ষিণ শালমাৰা মানকাচৰৰ ৫৩৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ ৰাওনা পোলিং বিষয়া

জুলাইত প্ৰকাশ পাব এন আৰ চিৰ চূড়ান্ত তালিকাঃ ৰাম মাধৱ

292
  • শিলচৰত উপস্থিত বিজেপি সাধাৰণ সম্পাদক ৰাম মাধৱ।
  • এন আৰ চি আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত মন্তব্য কৰে তেওঁ।
  • সংবাদমাধ্যমৰ সন্মুখত তেওঁ কয়-
  • ‘২০১৯ৰ জুলাই মাহৰ শেষৰ ভাগলৈকে এন আৰ চি চূড়ান্ত কৰা হ’ব।’
  • ‘সমান্তৰালভাৱে গৃহীত কৰিব নাগৰিকত্ব সংশোধনী বিধেয়ক।’
  • ‘এন আৰ চি আৰু কেবৰ কাম সম্পূৰ্ণ হোৱাৰ পাছত অবৈধ বিদেশী বিষয় সন্দৰ্ভত ভালকৈ কাম কৰিব পৰা যাব।’
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি