শিলচৰত বিশুদ্ধ খোৱাপানীৰ অভাৱত ভোট বৰ্জনৰ হুংকাৰ দি তীব্ৰ প্ৰতিবাদ ৰাইজৰ

শিলচৰত বিশুদ্ধ খোৱাপানীৰ অভাৱত ভোট বৰ্জনৰ হুংকাৰ দি তীব্ৰ প্ৰতিবাদ ৰাইজৰ
  • শিলচৰত লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ।
  • বিশুদ্ধ খোৱাপানীৰ অভাৱত এই সিদ্ধান্ত গ্ৰহণ ৰাইজৰ।
  • চৰকাৰক শীঘ্ৰে খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ দাবী জগত বন্ধু এলেকাবাসীৰ।
  • জানিব পৰা মতে, যোৱা ৬-৭ মাহে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত অঞ্চলটোৰ লোক।
  • কোনো ৰাজনৈতিক দলকে সমৰ্থন নজনোৱা বুলি জনায় স্থানীয় ৰাইজে।
  • 'ন' ৱাটাৰ, ন ভোট' শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত ৰাইজৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in