শেহতীয়া খবৰ
ধূপধৰাৰ ধানবৰীত বাঁহৰ সাঁকোৰ পৰা পৰি মৃত্যু এজনৰ  •  লালুকত অভিৰুচি শিল্পী সৈনিকৰ নাট কৰ্মশালা সম্পন্ন  •  ধূপধৰাত দ্বিতীয় বাৰ্ষিক বায়খো উৎসৱ উদযাপন, জলন্ত অঙঠাৰ ওপৰত নৃত্য প্ৰদৰ্শন  •  সুদুৰ ম্যানমাৰৰ পৰা আহি অসমৰ জোঁৱাই হ'ল অবৈধ ৰোহিংগা, আদালত চৌহদত বিষ্ফোৰক স্বীকাৰোক্তি, VIDEO  •  ধূপধৰাত কবৰ খান্দি আৰক্ষীয়ে উদ্ধাৰ কৰিলে শিশুৰ মৃতদেহ, পানীত পৰি মৃত্যু হোৱাৰ পিছত জনোৱা নাছিল আৰক্ষীক  •  কাৰ আশীৰ্বাদত বৰাকত চলিছে অবৈধ সাৰৰ চিণ্ডিকেট, আৰক্ষীৰ অভিযানত শুকুৰবাৰে নিশা জব্দ ২৮ খন সাৰভৰ্তি ট্ৰাক  •  বঙাইগাঁৱৰ সিদলসতীত ৰাইজে কৰায়ত্ত কৰিলে ডকাইত, VIDEO  •  গৰৈমাৰীত আছুৰ বন্যাৰ্তৰ মাজত খাদ্য সামগ্ৰী বিতৰণ  •  দক্ষিণ কামৰূপত হ্ৰাস পাইছে ব্ৰহ্মপুত্ৰ-কলহীৰ জলপৃষ্ঠঃ একাংশ উভতিছে নিজা ঘৰলৈ, অধিকাংশ দুৰ্গত এতিয়াও গৰু-ছাগলীৰ সৈতে আশ্ৰয় শিবিৰ, ওখ-ভেটিত  •  ওদালগুৰিত ২১৯ কৃৰ্তী শিক্ষাৰ্থীক আছুৰ অভিনন্দনঃ বানপানীক ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণাৰ দাবী, অসমত শিক্ষাৰ নামত ৰাজনীতি-ব্যৱসায় চলোৱাৰো অভিযোগ সংগঠনটোৰ

শিলচৰত বিশুদ্ধ খোৱাপানীৰ অভাৱত ভোট বৰ্জনৰ হুংকাৰ দি তীব্ৰ প্ৰতিবাদ ৰাইজৰ

47
  • শিলচৰত লোকসভা নিৰ্বাচনত ভোট বৰ্জনৰ হুংকাৰ স্থানীয় ৰাইজৰ।
  • বিশুদ্ধ খোৱাপানীৰ অভাৱত এই সিদ্ধান্ত গ্ৰহণ ৰাইজৰ।
  • চৰকাৰক শীঘ্ৰে খোৱাপানীৰ ব্যৱস্থা কৰি দিয়াৰ দাবী জগত বন্ধু এলেকাবাসীৰ।

  • জানিব পৰা মতে, যোৱা ৬-৭ মাহে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত অঞ্চলটোৰ লোক।
  • কোনো ৰাজনৈতিক দলকে সমৰ্থন নজনোৱা বুলি জনায় স্থানীয় ৰাইজে।
  • ‘ন’ ৱাটাৰ, ন ভোট’ শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত ৰাইজৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি