এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ!

এইবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হত্যাৰ ষড়যন্ত্ৰ!
  • শংকাত ছিকিমৰ মুখ্যমন্ত্ৰী পৱন চামলিঙ।
  • ক্ৰান্তিকাৰী মৰ্চাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনৰ।
  • এছকেএম দলে তেওঁক হত্যা কৰাৰ বাবে ষড়যন্ত্ৰ ৰচাৰ অভিযোগ উত্থাপন কৰিছে।
  • মুখ্যমন্ত্ৰীজনে কয়– 'ছিকিম ডেম'ক্ৰেটিক ফ্ৰণ্ট এইবাৰ আকৌ শাসনলৈ আহিলে এছকেএমে মোক হত্যা কৰাৰ ষড়যন্ত্ৰ ৰচিছে।'
  • তেওঁ লগতে কয়, 'হত্যাৰ বাবে তেওঁলোকে প্ৰস্তুত কৰিছে ৭৯জনীয়া তালিকা।'
  • ইফালে এই তালিকাত মুখ্যমন্ত্ৰীজনৰ নাম প্ৰথম স্থানত আছে বুলিও প্ৰকাশ কৰে তেওঁ।

 

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in