থানাত শিখা শৰ্মা….

থানাত শিখা শৰ্মা….
  • শিখা শৰ্মাক আটক।
  • দিছপুৰ আৰক্ষীয়ে আটক কৰিছে শিখা শৰ্মাক।
  • চত্তীশগড়ৰ শ্বহীদৰ সন্দৰ্ভত বিৰ্তকিত মন্তব্য কৰিছিল শিখা শৰ্মাই।
  • ইয়াকে লৈ সৃষ্টি হৈছিল বিৰূপ প্ৰতিক্ৰিয়াৰ।
  • বিভিন্নজনে শিখা শৰ্মাৰ গ্ৰেপ্তাৰৰ দাবী কৰিছিল।
  • কেইবাখনো এজাহাৰ দাখিল কৰা হৈছিল শিখা শৰ্মাৰ বিৰুদ্ধে।
  • সোধ-পোছৰ বাবে আটক কৰিছে শিখা শৰ্মাক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in