সোণৰ বিস্কুট চুৰিৰ অভিযোগত অভিযুক্ত দিছপুৰ থানাৰ এছ আই নিপু কলিতাৰ চাৰিচকীয়া বাহন উদ্ধাৰ

সোণৰ বিস্কুট চুৰিৰ অভিযোগত অভিযুক্ত দিছপুৰ থানাৰ এছ আই নিপু কলিতাৰ চাৰিচকীয়া বাহন উদ্ধাৰ
  • সোণৰ বিস্কুট চুৰিৰ অভিযোগত অভিযুক্ত দিছপুৰ থানাৰ এছ আই নিপু কলিতাৰ চাৰিচকীয়া বাহন উদ্ধাৰ৷
  • বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত জোপাদং ভাওনীৰ এঘৰত উদ্ধাৰ বাহনখন৷
  • বাক্সা আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কলিতাৰ ইক' স্প'ৰ্টছ বাহনখন।
  • ইতিমধ্যে সোধা–পোছাৰ বাবে বাগানপাৰাৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে৷
  • বৰ্তমানো পলাতক হৈ আছে এছ আই নিপু কলিতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in