শেহতীয়া খবৰ
গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  গুৱাহাটীত হাস্পতালৰ আই চি ইউৰ ভিতৰত অনাধিকাৰ প্ৰৱেশৰ অপৰাধত আটক হ'ল ৩ সাংবাদিক  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ভাৰতীয় ক্ৰিকেটাৰক হত্যাৰ ভাবুকি অসমৰ যুৱকৰ!  •  ৰহাৰ খলিহামাৰীত জ্বলা-কলা খোৱাইছে পথৰ দুৰৱস্থাই, VIDEO  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  ক্ষিৰোদ বৰুৱা আন্তঃজিলা ফুটবল, উদ্বোধনী খেলত শদিয়াৰ জয়লাভ  •  নাৰায়ণপুৰৰ জনাঞ্চলত বাঘ উদ্ধাৰ…  •  লালুকত দাৰে ঘপিয়াই বৃদ্ধক হত্যাৰ চেষ্টা কিশোৰৰ! উত্তেজিত ৰাইজে জ্বলাই দিলে ঘৰ...  •  ৰহাত দিন দুপৰতে চোৰে লুটিলে মূল্যবান সামগ্ৰী, VIDEO

সোণৰ বিস্কুট চুৰিৰ অভিযোগত অভিযুক্ত দিছপুৰ থানাৰ এছ আই নিপু কলিতাৰ চাৰিচকীয়া বাহন উদ্ধাৰ

590
  • সোণৰ বিস্কুট চুৰিৰ অভিযোগত অভিযুক্ত দিছপুৰ থানাৰ এছ আই নিপু কলিতাৰ চাৰিচকীয়া বাহন উদ্ধাৰ৷
  • বাক্সা জিলাৰ বৰবৰী থানাৰ অন্তৰ্গত জোপাদং ভাওনীৰ এঘৰত উদ্ধাৰ বাহনখন৷
  • বাক্সা আৰু মহানগৰ আৰক্ষীৰ যুটীয়া অভিযানত উদ্ধাৰ কলিতাৰ ইক’ স্প’ৰ্টছ বাহনখন।
  • ইতিমধ্যে সোধা–পোছাৰ বাবে বাগানপাৰাৰ দুজন যুৱকক আটক কৰিছে আৰক্ষীয়ে৷
  • বৰ্তমানো পলাতক হৈ আছে এছ আই নিপু কলিতা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি