গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী তথা এনচিচি কেডেট শুভ্ৰতা প্ৰদীপ শৰ্মালৈ বীৰ চিলাৰায় বঁটা…

গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰী তথা এনচিচি কেডেট শুভ্ৰতা প্ৰদীপ শৰ্মালৈ বীৰ চিলাৰায় বঁটা…
  • গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ তথা এনচিচি কেডেট শুভ্ৰতা প্ৰদীপ শৰ্মালৈ ৰাজ্যৰ শ্ৰেষ্ঠ এনচিচি কেডেট বঁটা।
  • বীৰ চিলাৰায় বঁটা (যুটীয়াভাৱে) লাভ কৰিছে শুভ্ৰতা প্ৰদীপ শৰ্মাই।
  • স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই বঁটা।
  • উল্লেখ্য যে, গুৱাহাটী কমাৰ্চ কলেজৰ বি.কমৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰী শুভ্ৰতা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in