ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিক সহ ৪জনৰ স্বাস্থ্য পৰীক্ষা, আদালতত কৰা হ’ব হাজিৰ…

ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিক সহ ৪জনৰ স্বাস্থ্য পৰীক্ষা, আদালতত কৰা হ’ব হাজিৰ…
  • মুম্বাইৰ শ্বিয়ন হাস্পতালত স্বাস্থ্য পৰীক্ষা কৰা হৈছে শ্বোৱিক চক্ৰৱৰ্তী, ছেমুৱেল মিৰান্দা, জেইড আৰু কাইজেন ইব্ৰাহিমৰ।
  • শনিবাৰে আদালতত হাজিৰ কৰা হ'ব আটাইকেইজনক।
  • শুকুৰবাৰে গ্ৰেপ্তাৰ কৰা হৈছিল ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ শ্বোৱিকসহ ৪জনক।
  • সুশান্ত সিং ৰাজপুতৰ আত্মহত্যা গোচৰত গ্ৰেপ্তাৰ কৰা হয় আটাইকেইজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in