হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল নাৰায়ণপুৰৰ শৰ্মিষ্ঠা ভাগৱতীৰ…

হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল নাৰায়ণপুৰৰ শৰ্মিষ্ঠা ভাগৱতীৰ…
  • হাইস্কুল শিক্ষান্ত পৰীক্ষাত সপ্তম স্থান দখল নাৰায়ণপুৰৰ ছাত্ৰীৰ।
  • শৰ্মিষ্ঠা ভাগৱতীয়ে লাভ কৰিলে এই সফলতা।
  • নাৰায়ণপুৰৰ পিঠাগুৰিৰ গাঁৱৰ বাসিন্দা শৰ্মিষ্ঠা ভাগৱতী।
  • জৱাহৰজ্যোতি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী শৰ্মিষ্ঠা।
  • বিদ্যালয়খনৰ অধ্যক্ষ হৰি ভাগৱতী আৰু অনুপমা গোস্বামীৰ কন্যা শৰ্মিষ্ঠা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in