দেশদ্ৰোহী! গুৱাহাটীলৈ অনা হ’ল শ্বাৰ্জিল ইমামক, ৰে’ল ষ্টেচনত এবিভিপিৰ প্ৰতিবাদ…VIDEO

দেশদ্ৰোহী! গুৱাহাটীলৈ অনা হ’ল শ্বাৰ্জিল ইমামক, ৰে’ল ষ্টেচনত এবিভিপিৰ প্ৰতিবাদ…VIDEO
  • অসম আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু কৰাত শ্বাৰ্জিল ইমামক অনা হ'ল গুৱাহাটীলৈ।
  • দিল্লীৰ পৰা ৰে'লযোগে শ্বাৰ্জিলক অনা হৈছে জেৰাৰ বাবে।
  • 'কা' বিৰোধী আন্দোলনৰ সময়ত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই অসম আৰক্ষীয়ে ৰুজু কৰিছিল তেওঁৰ বিৰুদ্ধে গোচৰ।
  • ২৮ জানুৱাৰীত বিহাৰৰ জেহানাবাদত গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাৰ্জিল ইমামক।
  • আলিগড় মুছলমান বিশ্ববিদ্যালয়ত দিয়া এক বক্তব্যৰ বাবে দিল্লী আৰক্ষীয়েও ৰুজু কৰিছিল গোচৰ।
  • আই আই টি, মুম্বাইৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা শ্বাৰ্জিল ইমাম আছিল জে এন ইউৰ ছাত্ৰ।
  • ইতিমধ্যে দিল্লী আৰক্ষীয়ে ৫ দিনৰ জিম্মাত লৈছিল ইমামক।
  • গুৱাহাটীত ৰে'লেৰে আহি উপস্থিত হোৱাৰ পাছতেই ৰেল ষ্টেচনৰ সন্মুখত অখিল বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ।
  • আদালতত হাজিৰ কৰাই ইমামক ১৪দিনৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in