শেহতীয়া খবৰ
অসমত কিমান লোক আছে হ’ম কোৱাৰেন্টাইনত, ৯ এপ্ৰিলত ওলাব ফলাফল...  •  সাৱধান! নিজামুদ্দিন মাৰ্কাজলৈ গৈ লুকাই আছে নেকি, শেষ সময়সীমা বান্ধি দিলে চৰকাৰে, ৰুজু হ'ব গোচৰ...  •  কাছাৰৰ কোৰোনাত আক্ৰান্ত চজিবুৰৰ সৈতে সম্পৰ্ক থকা ৩ জনক কোৱাৰেন্টাইনলৈ প্ৰেৰণ, নিজামুদ্দিনলৈ যোৱা কাছাৰৰ ১২ জনৰ ৬জনক চিনাক্ত  •  টিহুত উৰাবাতৰি! হাতে হাতে যাঠি-জোং লৈ পথাৰে পথাৰে গঞা, গ্ৰেপ্তাৰ ৩ জন  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  মনীষ তিবৰেৱাল কোৰোনাত আক্ৰান্ত হোৱাৰ মূলটো আমি ধৰিব পৰা নাই, সেইবাবে আমাৰ সন্দেহ বাঢ়িছেঃ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, VIDEO  •  কোৰোনাৰ বিৰুদ্ধে যুঁজ দিয়াটো এখন যুদ্ধতকৈ কম নহয়, মই অকলে নহয়, আমি সকলো একেলগে আছোঃ প্ৰধানমন্ত্ৰী মোডী  •  স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী

দেশদ্ৰোহী! গুৱাহাটীলৈ অনা হ’ল শ্বাৰ্জিল ইমামক, ৰে’ল ষ্টেচনত এবিভিপিৰ প্ৰতিবাদ…VIDEO

475
  • অসম আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহ গোচৰ ৰুজু কৰাত শ্বাৰ্জিল ইমামক অনা হ’ল গুৱাহাটীলৈ।
  • দিল্লীৰ পৰা ৰে’লযোগে শ্বাৰ্জিলক অনা হৈছে জেৰাৰ বাবে।
Image
  • ‘কা’ বিৰোধী আন্দোলনৰ সময়ত বিতৰ্কিত মন্তব্য কৰাৰ বাবেই অসম আৰক্ষীয়ে ৰুজু কৰিছিল তেওঁৰ বিৰুদ্ধে গোচৰ।

  • ২৮ জানুৱাৰীত বিহাৰৰ জেহানাবাদত গ্ৰেপ্তাৰ কৰা হৈছিল শ্বাৰ্জিল ইমামক।
Image
  • আলিগড় মুছলমান বিশ্ববিদ্যালয়ত দিয়া এক বক্তব্যৰ বাবে দিল্লী আৰক্ষীয়েও ৰুজু কৰিছিল গোচৰ।

  • আই আই টি, মুম্বাইৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী গ্ৰহণ কৰা শ্বাৰ্জিল ইমাম আছিল জে এন ইউৰ ছাত্ৰ।
  • ইতিমধ্যে দিল্লী আৰক্ষীয়ে ৫ দিনৰ জিম্মাত লৈছিল ইমামক।
Image
  • গুৱাহাটীত ৰে’লেৰে আহি উপস্থিত হোৱাৰ পাছতেই ৰেল ষ্টেচনৰ সন্মুখত অখিল বিদ্যাৰ্থী পৰিষদৰ প্ৰতিবাদ।

  • আদালতত হাজিৰ কৰাই ইমামক ১৪দিনৰ জিম্মাত বিচাৰিব অসম আৰক্ষীয়ে।
Image

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি