শেহতীয়া খবৰ
শ্ৰীশ্ৰী শঙ্কৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰূপালী জয়ন্তী সমাৰোহ  •  কংগ্ৰেছী বাহিনীৰ হাতত প্ৰহৃত প্ৰাক্তন সৈনিক, বিজেপিৰ প্ৰশ্ন- সাধাৰণ মানুহৰ সুৰক্ষা ক’ত  •  এইবাৰ প্ৰৱাসী ভাৰতীয়ৰ বাবে মোডীৰ তীৰ্থ যাত্ৰা যোজনা  •  সাম্প্ৰদায়িক মন্তব্য দিয়াৰ অভিযোগত হিমন্তৰ বিৰুদ্ধে এজাহাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত পুৰণিগুদামত জোঁৰ সমদল  •  জম্মু-কাশ্মীৰত সেনা-আৰক্ষীৰে সংঘৰ্ষত নিহত অসমৰ যুৱক  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মত ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক নেতাৰ  •  ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল… UPDATES  •  পদূলিত গামোচা আঁৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ ১০ খন গাঁৱৰ

২৪ ঘণ্টা পাৰ নহওতেই ২ কোটিৰো অধিক দৰ্শকে উপভোগ কৰিলে ছবিখনৰ ট্ৰেইলাৰ, চাওক এই ট্ৰেইলাৰটো

1,083

ডিজিটেল ডেস্কঃ শ্বাহৰুখ খান,যাৰ ছবি মানেই বলিউদৰ এখন হি’ট ছবি। যোৱা শুকুৰবাৰে বলিউদৰ এই জনপ্ৰিয় শিল্পী গৰাকীয়ে ৫৩ বছৰত ভৰি দিলে। জন্মদিনৰ সৈতে সংগতি ৰাখি শুকুৰবাবে মুক্তি দিয়া হল শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘জি’ৰ’ৰ ট্ৰেইলাৰ।

সন্ধিয়াভাগত মুক্তি দিয়া বিগ বাজেটৰ ছবিখনৰ ট্ৰেইলাটো ২৪ ঘণ্টা সম্পূৰ্ণ নহওতেই চালে প্ৰায় ২ কোটিৰো অধিক লোকে। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে শ্বাহৰুখ খান,কেটৰিণা কাঈফ আৰু অনুষ্কা শৰ্মাই। আনন্দ এল. ৰায়ে পৰিচালনা কৰা ১৭৬ মিনিটৰ দৈৰ্ঘ্যৰ এই ছবিখনৰ বাজেট ২০০ কোটি। ছবিখনত শ্বাহৰুখক দেখা যাব এজন বাওনাৰ ৰূপত। ২১ ডিচেম্বৰত মুক্তি পাব লগীয়া ছবিখনৰ ৩ মিনিট ১৪ চেকেণ্ডৰ ট্ৰেইলাৰ ভিডিঅ’টো-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি