শেহতীয়া খবৰ
ধুবুৰীৰ কোৰোনাত আক্ৰান্ত লোকজনৰ পৰিচয়, কৰ পৰা কেতিয়া ক'লৈ গৈছিল...  •  দৰিদ্ৰ পৰিয়ালক সহায়ৰ হাত বক্সাৰ লাভলিনা বৰগোঁহাইৰ...  •  পুৰণিগুদামত দৰিদ্ৰজনৰ কাষত আৰক্ষী বিষয়া,সামাজিক সংগঠন...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ ৭৩ সহস্ৰাধিক লোকৰ মৃত্যু, পঢ়ক সবিশেষ তথ্য...  •  হাতত পাকিস্তানৰ চিপছ লৈ ভাৰতত সোমাইছিল পাক সন্ত্ৰাসবাদী...  •  যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...

ঘৰলৈ উভতি আহিলো মইঃ টুইটাৰযোগে জনালে অভিনেত্ৰী শ্বাবনা আজমীয়ে…

295

ডিজিটেল ডেস্কঃ জনপ্ৰিয় অভিনেত্ৰী শ্বাবনা আজমী বৰ্তমান ঘৰতে থকা বুলি জানিব পৰা গৈছে। যোৱা ১৮ জানুৱাৰী, ২০২০ত এক পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হৈ আছিল অভিনেত্ৰীগৰাকী। শ্বাবনা আজমীয়ে টুইটাৰযোগে তেওঁ হাস্পতালৰ পৰা ঘৰলৈ উভতি অহাৰ খবৰ দিয়ে।

টুইটটোত অভিনেত্ৰীগৰাকীয়ে লিখিছে- ‘মই সুস্থ হৈ উঠাৰ বাবে যিসকলে প্ৰাৰ্থনা কৰিছিল তেওঁলোকক ধন্যবাদ জনাইছো। মই ঘৰলৈ আহিলো। চিকিৎসক আৰু নাৰ্ছিং ষ্টাফে কৰা শুশ্ৰূষাৰ বাবেও ধন্যবাদ জনালো…।’ অভিনেত্ৰীগৰাকী চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পাছত সুখী হৈছে তেওঁৰ অনুগামীসকল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি