শেহতীয়া খবৰ
যি কাম মহাত্মা গান্ধী, জৱাহৰলাল নেহৰু অথবা মনমোহন সিঙে কৰিব পৰা নাছিল, সেই কাম কৰি দেখুৱাইছে মোডীয়েঃ জেপি নড্ডা  •  দিল্লীত এতিয়া কেনে পৰিস্থিতি...  •  ঐতিহাসিক জিমখানাত অনুষ্ঠিত নহয় গভৰ্নচ কাপ, দুখ প্ৰকাশ ঘোঁৰাৰ গৰাকীৰ, VIDEO  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  গুৱাহাটীত শুকুৰবাৰে পেট্ৰ’ল-ডিজেলৰ মূল্য...  •  হায়দৰাবাদত বাসগৃহৰ দেৱাল খহি প্ৰাণ গ’ল ৩ শিশুৰ  •  সোনাজুৰিৰ লাংখাঙত গাড়ীসহ চোৰাং কাঠ জব্দ  •  সম্পন্ন হ'ল ইণ্ডো-নগা ৰাজনৈতিক আলোচনা, গ্ৰহণ কৰা হয় ৩ আগষ্টত ফ্ৰেমৱৰ্ক এগ্ৰিমেন্টত স্বাক্ষৰ কৰাৰ সিদ্ধান্ত...  •  টীয়কক মহকুমা ঘোষণাৰ দাবীৰে আছু-যুৱ ছাত্ৰ পৰিষদৰ মুখ্যমন্ত্ৰী, মুখ্য সচিবলৈ স্মাৰকপত্ৰ  •  ৰহাত অনুসূচিত জাতি পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ আয়োজন

ছেমিফাইনেলত যমুনা বড়ো, বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যাৰ অপ্ৰতিৰোধ্য যাত্ৰা…

592

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত অসম কন্যা যমুনা বড়োৰ অপ্ৰতিৰোধ্য যাত্ৰা।

ইতিহাস সৃষ্টি কৰি বিশ্ব বক্সিং চেম্পিয়নশ্বিপৰ ছেমিফাইনেলত প্ৰবেশ।

আন্তৰাষ্ট্ৰীয় মহিলা বক্সিং চেম্পিয়নশ্বিপৰ প্ৰথমখন খেলতে জয়লাভ কৰিছিল যমুনা বড়োয়ে।

প্ৰথমবাৰলৈ এই টুৰ্নামেন্টত অংশ লৈছে যমুনাই।

প্ৰথমখন খেলতে ৫৪ কিঃগ্ৰাঃ শাখাত মংগোলিয়াৰ প্ৰতিদ্বন্দ্বীক ৫-০ত পৰাজিত কৰিছিল বক্সাৰ যুমনা বড়োয়ে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি