অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ…

অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ…
  • উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ।
  • খজুৰি খাছ এলেকাত বৃহস্পতিবাৰে বিয়লি সেনাই ফ্লেগ মাৰ্চ কৰে।
  • অঞ্চলটোত নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি।
  • দিল্লীত হিসাত্মক ঘটনাত এতিয়ালৈকে নিহত হৈছে ৩০ৰো অধিক লোক।
  • আনহাতে আহত হৈছে প্ৰায় অৰ্ধশতাধিক।
  • কিছু কিছু অঞ্চলত বৰ্তমানেও অব্যাহত আছে উত্তৰ পৰিস্থিতি।
  • এক শংকাময় আৰু উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে উত্তৰ পূব দিল্লীত।
  • দিল্লীৰ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰো।
  • মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষী আৰু অৰ্থ সামৰিক বাহিনী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in