শেহতীয়া খবৰ
COVID-19ত আক্ৰান্ত চিকিৎসক দম্পত্তী...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  নিশা ১২ বজালৈ COVID-19ত আক্ৰান্ত ১০ লক্ষাধিক লোক, পঢ়ক কোন দেশত কিমান লোকৰ মৃত্যু কোৰোনাত...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  COVID-19ত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৫০ হাজাৰলৈ বৃদ্ধি, পঢ়ক সবিশেষ তথ্য...  •  কোৰোনাত আক্ৰান্ত হৈ স্পেইনতো মৃত্যু হৈছে ১০,০০০ লোকৰ...  •  এগৰাকী আশা কৰ্মীয়ে লিখা এই পত্ৰখন এবাৰ পঢ়ক স্বাস্থ্য মন্ত্ৰী মহোদয়ে...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  কোৰানাত আক্ৰান্ত জাগীৰোডৰ ৩ ব্যক্তিৰ পৰিয়ালৰ সদস্যক কোৱাৰেন্টাইন হোমলৈ প্ৰেৰণ...  •  নিজামুদ্দিনৰ ৰোগীয়ে চিকিৎসালয়ত চলাইছে তাণ্ডৱ, নিৰাপত্তা ব্যৱস্থা কৰিবলৈ আৰক্ষী আয়ুক্তলৈ চৰকাৰৰ পত্ৰ...

অব্যাহত আছে উত্তেজনা, উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ…

171
  • উত্তৰ পূব দিল্লীত নিৰাপত্তাৰক্ষীৰ ফ্লেগ মাৰ্চ।
  • খজুৰি খাছ এলেকাত বৃহস্পতিবাৰে বিয়লি সেনাই ফ্লেগ মাৰ্চ কৰে।
  • অঞ্চলটোত নিয়ন্ত্ৰণলৈ আহিছে পৰিস্থিতি।
  • দিল্লীত হিসাত্মক ঘটনাত এতিয়ালৈকে নিহত হৈছে ৩০ৰো অধিক লোক।
  • আনহাতে আহত হৈছে প্ৰায় অৰ্ধশতাধিক।
  • কিছু কিছু অঞ্চলত বৰ্তমানেও অব্যাহত আছে উত্তৰ পৰিস্থিতি।
  • এক শংকাময় আৰু উত্তেজনাপূৰ্ণ পৰিৱেশে বিৰাজ কৰিছে উত্তৰ পূব দিল্লীত।
  • দিল্লীৰ পৰিস্থিতিক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰো।
  • মোতায়েন কৰা হৈছে অধিক সংখ্যক নিৰাপত্তাৰক্ষী আৰু অৰ্থ সামৰিক বাহিনী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি