জম্মু-কাশ্মীৰত প্ৰত্যাহাৰ ১৪৪ ধাৰা!…

জম্মু-কাশ্মীৰত প্ৰত্যাহাৰ ১৪৪ ধাৰা!…
  • জম্মু-কাশ্মীৰৰ কিশ্তৱাৰ অঞ্চলত ১৪৪ ধাৰা প্ৰত্যাহাৰ।
  • কেৱল শনিবাৰৰ দিনটোৰ বাবে প্ৰশাসনে লৈছে এই সিদ্ধান্ত।
  • শনিবাৰে পুৱাৰে পৰা জম্মু-কাশ্মীৰৰ কেইবাটাও অঞ্চলত মুকলি কৰা হৈছিল ইন্টাৰনেট সেৱা।
  • পৰিস্থিতি কিছু স্বাভাৱিক হোৱা প্ৰতি লক্ষ্য ৰাখি গ্ৰহণ কৰা হৈছে এনে সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in