২২ গৰাকী ছাত্ৰ-ছাত্ৰী কথমপি ৰক্ষা : পাঠশালাত শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাহনে খুন্দা মাৰিলে ট্ৰাকত..

২২ গৰাকী ছাত্ৰ-ছাত্ৰী কথমপি ৰক্ষা : পাঠশালাত শিক্ষাৰ্থী কঢ়িয়াই নিয়া বাহনে খুন্দা মাৰিলে ট্ৰাকত..
  • পাটাছাৰকুছিত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনা।
  • এখন বিদ্যালয়ৰ শিক্ষাৰ্থী কঢ়িওৱা বাহন দুৰ্ঘটনাত পতিত।
  • কথমপি প্ৰাণ ৰক্ষা কেইবাগৰাকীও শিক্ষাৰ্থীৰ।
  • দুৰ্ঘটনাত পতিত বাহন খন এখন Winger বাহন।
  • বাহনখনত আচিল প্ৰায় ২২ গৰাকী ছাত্ৰ-ছাত্ৰী।
  • পাঠশালাৰ শিক্ষাপীঠ হাইস্কুললৈ গৈ আছিল বাহনখন।
  • বৰষুণৰ মাজতে এখন ট্ৰাকে ঘাই পথত হঠাৎ ব্ৰেক মৰাত winger খনে খুন্দা মাৰে ট্ৰাক খনত।
  • ঘটনাত প্ৰায় ৮ গৰাকী ছাত্ৰ-ছাত্ৰী আঘাত প্ৰাপ্ত হয়।
  • আহত ছাত্ৰ-ছাত্ৰী সকলক পাঠশালা চিকিৎসালয়ত চিকিৎসা কৰোৱাৰ ব্যৱস্থা কৰা হৈছে।
  • পাটাছাকুছি আৰক্ষী ঘটনাস্থলীত উপস্থিত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in