শেহতীয়া খবৰ
কাছাৰত বাৰ্মিজ চিগাৰেট-হিৰ’ইন সহ নিচাজাতীয় টেবলেট জব্দ...  •  অসমত পুনৰ ২১৬৭ জন কোভিড পজিটিভ, ৩৬জনে হেৰুৱালে প্ৰাণ...  •  নগাঁৱৰ ৰত্নপুৰৰ প্ৰকৃতিপ্ৰেমী ব্যক্তিয়ে কাছ মেলিলে বটদ্ৰৱা থানৰ আকাশী গংগাত...  •  বালাজান তিনালী ব্যৱসায়িক সন্থাৰ প্ৰতিষ্ঠা দিৱস উদযাপন...  •  কোৰোনাত আক্ৰান্ত ৰেল বিভাগ  •  মূৰত আছে মন্ত্ৰীৰ আশীৰ্বাদ, বিনা বাধাই চোৰাং তেলৰ কাৰবাৰ কৰা অগপ নেতাক গ্ৰেপ্তাৰ...  •  ৰাজ্যত আনল’কঃ কোন জিলাত কেতিয়াৰ পৰা সান্ধ্য আইন!  •  তিনি শিশুক তালিবানী নিৰ্যাতন চলোৱা জগত পেগুক কঠোৰ শাস্তি বিহাৰ দাবী দল-সংগঠনৰ...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...  •  বিশিষ্ট অধিবক্তা-সুলেখক দিলীপ হাজৰিকাৰ পত্নী অধ্যাপিকা বীণা হাজৰিকা আৰু নাই...

২২ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব চৰকাৰী বিদ্যালয়ৰ সময়সূচী…

ডিজিটেল ডেস্কঃ ২২ ফেব্ৰুৱাৰীৰ পৰা সলনি হ’ব চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ সময়সূচী। পঞ্জাৱৰ শিক্ষা মন্ত্ৰী বিজয় ইন্দ্ৰৰ সিংগলাই ৰাজ্য খনৰ সকলো চৰকাৰী শিক্ষানুষ্ঠানৰ বাবে এই নিয়ম ঘোষণা কৰিছে।

ৰাজ্যখনৰ শিক্ষামন্ত্ৰী গৰাকীৰ ভাষ্য অনুসৰি, পঞ্জাৱৰ প্ৰাথমিক বিদ্যালয়সমূহ দিনৰ ৯ বজাৰ পৰা ৩ বজালৈ খোলা ৰখা বিপৰীতে আৰু মাধ্যমিক আৰু উচ্চ মাধ্যমিক বিদ্যালয়সমূহ পুৱা ৯ বজাৰ পৰা ৩:২০ বজালৈ খোলা থাকিব। উল্লেখ্য যে ৰাজ্য খনত কোভিডৰ পৰিস্থিতিৰ বাবে অনলাইন ক্লাছৰ জৰিয়তে শিক্ষাদান কৰা হৈছিল বিগত সময়ছোৱাত।

মন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, বাৰ্ষিক পৰীক্ষাৰ পূৰ্বে চূড়ান্ত সংশোধনৰ জৰিয়তে এই সময় নিৰ্ধাৰণ কৰা হৈছে যদিও অভিভাৱক আৰু শিক্ষকসকলৰ দিহা পৰামৰ্শৰ ভিত্তিত এই সময়সূচী সালসলনি হ’ব বুলিও তেওঁ মন্তব্য কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি