ভয়ানক বান : নিহত ৩০ জন লোক…

ভয়ানক বান : নিহত ৩০ জন লোক…

ডিজিটেল ডেস্ক : তেলংগনাত ধাৰাসাৰ বৰষুণত হোৱা বানপানীৰ ফলত ৩০ জন লোক নিহত হৈছে । ৰাস্তাবোৰ নদী সদৃশ হোৱাৰ লগতে গাড়ী সমূহ সম্পূৰ্ণৰূপে পানীত ডুবি যায়।বানপানীৰ ফলত হায়দৰাবাদত ১৫ জন লোকৰ মৃত্যু হয়, মৃত্যুহোৱা সকলৰ ভিতৰত এটি দুমহীয়া শিশুও আছে। ।

ৰাজধানী চহৰ হায়দৰাবাদৰ বাদকাছত বানপানীৰ প্ৰবল সোতত এজন লোক উটি যোৱা গৈছিল। ওচৰৰ এটা ওখ পথত উটি যোৱা লোকজনে আশ্ৰয় বিচাৰিল যদিও ব্যৰ্থ হোৱাত পিচত আৰক্ষী আৰু স্থানীয় লোকে তেওঁক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in