শেহতীয়া খবৰ
পাগলদিয়া নৈৰ বাঢ়নি পানীৰ তলত বুৰ গৈছে খৈৰকুছি প্ৰাথমিক বিদ্যালয়...  •  মাজুলীত নাও দুৰ্ঘটনা, সন্ধানহীন এজন, কথমপি প্ৰাণৰক্ষা দুজনৰ...  •  নলবাৰীত পৰিয়ালকেন্দ্ৰিক সংঘাত! ভাইবোৱাৰীক দাৰে আক্ৰমণ...  •  বাটগাঁৱত পথ দুৰ্ঘটনা, কথমপি প্ৰাণ ৰক্ষা চেঙা জিলা পৰিষদৰ সদস্যৰ...  •  শিৱসাগৰত ড্ৰাগছসহ ৩ যুৱক আটক...  •  নলবাৰীত বিদ্যুৎ খুঁটা ভাঙি কথমপি প্ৰাণৰক্ষা ছাত্ৰীৰ...  •  এন‌আৰচিৰ বায়'মেট্ৰিক প্ৰক্ৰিয়াৰ বাবে মুকলিকৈ ধনদাবী কৰ্মচাৰীৰ! VIDEO  •  শিলচৰ ষ্টেচনত ৰে’লৰ শৌচালয়ত অচিনাক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ...  •  হাইলাকান্দিত ১০ কোটি টকাৰ হীৰাসহ দুগৰাকী মহিলাক গ্ৰেপ্তাৰ...  •  চৰাইদেউত “গ্ৰীষ্মকালীন গীতৰ কৰ্মশালা”ৰ আয়োজন

এছবিআই গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া আৰু টকা উলিয়াবলৈ প্ৰয়োজন নাই এটিএম কাৰ্ডৰ

6,758
  • ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকক প্ৰদান কৰিছে নতুন সুবিধা।
  • এতিয়াৰে পৰা এটিএমৰ পৰা টকা উলিয়াবলৈ প্ৰয়োজন নহ’ব কাৰ্ডৰ।
  • কাৰ্ড অবিহনেই গ্ৰাহকে উলিয়াব পাৰিব জমা ধনৰাশি।
  • এটিএমৰ পৰা টকা উলিয়াবলৈ মাত্ৰ ব্যৱহাৰ কৰিব লাগিব এটা মোবাইল এপ।
  • ‘য়ন’ কেছ এপ’ৰ জৰিয়তে গ্ৰাহকে উলিয়াব পাৰিব টকা।
  • ইয়াৰ পূৰ্বে এছ বি আই নেট বেংকিঙেৰে সংযোগ কৰিব লাগিব এপটো।
  • তাৰ পিছতে গ্ৰাহকে যিকোনো এটিএমতে কাৰ্ড অবিহনে উলিয়াব পাৰিব টকা।
  • এদিনত ২০ হাজাৰ পৰ্যন্ত টকা উলিয়াব পাৰিব গ্ৰাহকে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি