এছবিআই গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া আৰু টকা উলিয়াবলৈ প্ৰয়োজন নাই এটিএম কাৰ্ডৰ

এছবিআই গ্ৰাহকৰ বাবে সুখবৰ, এতিয়া আৰু টকা উলিয়াবলৈ প্ৰয়োজন নাই এটিএম কাৰ্ডৰ
  • ষ্টেট বেংক অৱ ইণ্ডিয়াই গ্ৰাহকক প্ৰদান কৰিছে নতুন সুবিধা।
  • এতিয়াৰে পৰা এটিএমৰ পৰা টকা উলিয়াবলৈ প্ৰয়োজন নহ'ব কাৰ্ডৰ।
  • কাৰ্ড অবিহনেই গ্ৰাহকে উলিয়াব পাৰিব জমা ধনৰাশি।
  • এটিএমৰ পৰা টকা উলিয়াবলৈ মাত্ৰ ব্যৱহাৰ কৰিব লাগিব এটা মোবাইল এপ।
  • 'য়ন' কেছ এপ'ৰ জৰিয়তে গ্ৰাহকে উলিয়াব পাৰিব টকা।
  • ইয়াৰ পূৰ্বে এছ বি আই নেট বেংকিঙেৰে সংযোগ কৰিব লাগিব এপটো।
  • তাৰ পিছতে গ্ৰাহকে যিকোনো এটিএমতে কাৰ্ড অবিহনে উলিয়াব পাৰিব টকা।
  • এদিনত ২০ হাজাৰ পৰ্যন্ত টকা উলিয়াব পাৰিব গ্ৰাহকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in