শেহতীয়া খবৰ
চণ্ডিগড়ৰ ৰাজপথত কোন এই যুৱতী, যুৱকক কৰিলে...  •  ১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড

সৰুসজাইৰ গেম ভিলেজত অঘটন…

260
  • সৰুসজাইৰ গেম ভিলেজত অঘটন।
  • ৬ মহলাৰ পৰা পৰি মৃত্যু আই টি বি বিৰ জোৱানৰ।
  • মৃত জোৱানজন মধ্যপ্ৰদেশৰ
  • জোৱানজনৰ নাম মণিৰাম।
  • ৩৩নং বেটেলিয়ানৰ জোৱান আছিল মণিৰাম।
  • প্ৰাপ্তখবৰ অনুসৰি উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছিল জোৱানজন।
  • জোৱানজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি