সৰুসজাইৰ গেম ভিলেজত অঘটন…

সৰুসজাইৰ গেম ভিলেজত অঘটন…
  • সৰুসজাইৰ গেম ভিলেজত অঘটন।
  • ৬ মহলাৰ পৰা পৰি মৃত্যু আই টি বি বিৰ জোৱানৰ।
  • মৃত জোৱানজন মধ্যপ্ৰদেশৰ
  • জোৱানজনৰ নাম মণিৰাম।
  • ৩৩নং বেটেলিয়ানৰ জোৱান আছিল মণিৰাম।
  • প্ৰাপ্তখবৰ অনুসৰি উচ্চ ৰক্তচাপজনিত ৰোগত ভুগি আছিল জোৱানজন।
  • জোৱানজনৰ মৃত্যুক লৈ সৃষ্টি হৈছে ৰহস্যৰ ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in