শেহতীয়া খবৰ
ৰাজ্যত আকৌ কোৰোনাত আক্ৰান্ত ৮জনে হেৰুৱালে প্ৰাণ, মৃত্যু হোৱা লোকৰ সংখ্যা ৫৮৬জনলৈ বৃদ্ধি...  •  অসমত আকৌ ২০৭৩জনৰ কোভিড পজিটিভ...  •  ডিমাপুৰত গুলিবিদ্ধ অৱস্থাত উদ্ধাৰ ধেমাজিৰ যুৱক...  •  দৰঙত কোৰোনাত আক্ৰান্তৰ সংখ্যা ৩৬০৩ জনলৈ বৃদ্ধি...  •  মই কল্পনাই কৈছো- ‘ন্যায় লাগে মোক...’  •  চামগুৰিস্থিত পাৱাৰ গ্ৰীড ষ্টেচনত মন্ত্ৰী কেশৱ মহন্ত :বিদ্যুৎ ব্যাহত হোৱাত জ্বলাকলা খাইছে ৰাইজে...  •  বাতিল হোৱা এছ আই পৰীক্ষাৰ প্ৰশ্নকাকত ছপাৰ দায়িত্বত আছিল বিজেপি নেতা...  •  মুখ্যমন্ত্ৰীয়ে উন্মোচন কৰিলে ড০ পানছাৰীৰ গ্ৰন্থ ‘বাতো বাতো মে’...  •  দেশত একেদিনাই সুস্থ হৈ উঠিল ১ লাখতকৈ অধিক কোৰোণাক্ৰান্ত ...  •  গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানৰ হাটীবহাৰ পিছফালৰ পথত কৃত্ৰিম বানপানী...

সৰুপথাৰত চেন্টাৰ ফৰ ডেভলপমেন্টৰ উদ্যোগত শিশু দিৱস উদযাপন, শিশু শ্ৰমিক বিৰুদ্ধে সজাগতাৰ আহ্বান…

68

ডিজিটেল সংবাদ, উৰিয়ামঘাটঃ ধনশিৰি মহকুমাৰ সৰুপথাৰত বে-চৰকাৰী স‌ংস্থা চেন্টাৰ ফৰ ডেভলপমেন্টৰ উদ্যোগত শিশু দিৱস উদযাপন কৰা হয়।জৱাহৰলাল নেহৰুৰ প্ৰতিচ্ছবিত মাল্য অৰ্পন কৰাৰ পাছতেই সাহিত্য -সংস্কৃতি অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানটো আ‌ঁত ধৰে সংস্থাটোৰ সৰুপথাৰ ‌‌‌‌‌ক্ষেত্ৰ সন্বয়নক অনিমা কাশ্যপ আৰু ভিক্টৰিয়া চাংমাই। চিটি ক‌’অডিনেটৰ চাজমা চুলতানা উপস্থিত থকা অনুষ্ঠানটোত অঞ্চলটোৰ শিশু সকলৰ মাজত সাহিত্য- সংস্কৃতিৰ অনুষ্ঠান অনুষ্ঠিত হয়।

উল্লেখ্য যে নিৰ্বাচিত ছজন শিশুৱে জৱাহৰলাল নেহৰু আৰু শিশু শ্ৰমিকৰ সন্দৰ্ভত বক্তব্য আগবঢ়াই। সংস্থাটোৱে বিগত সময়টো শিশু শ্ৰমিকৰ বিৰুদ্ধে বিভিন্ন কাৰ্যসূচী গ্ৰহন কৰি আহিছে বুলি জানিব লৈ দিয়ে। অঞ্চলবাসীক শিশু শ্ৰমিকৰ বিৰুদ্ধে সজাগ হবলৈ সংবাদ মাধ্যমৰ আচুতিয়া সাক্ষাতকাৰত জনায় সংস্থাটোৰ বিষয়ববীয়াই!

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি