বিজেপিক এৰি কংগ্ৰেছমুখী হ’ল মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী

বিজেপিক এৰি কংগ্ৰেছমুখী হ’ল মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী
  • মধ্যপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা বিজেপিৰ জ্যেষ্ঠ নেতা চৰতাজ সিঙৰ কংগ্ৰেছত যোগদান।
  • বুধবাৰে কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰে বিজেপিৰ জ্যেষ্ঠ নেতাজনে।
  • কংগ্ৰেছৰ হৈ তেওঁ হোচাঙাবাদ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিব।
  • বিজেপিৰ কাম-কাজত বিতুষ্ট হৈ দল ত্যাগ কৰা বুলি মন্তব্য চৰতাজ সিঙৰ।
  • চৰতাজ সিঙৰ যোগদানৰ পিছতে মধ্যপ্ৰদেশত কংগ্ৰেছৰ ভেটি সুদৃঢ় কৰিলে বুলি মন্তব্য ৰাজনৈতিক বিশ্লেষকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in