ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল

ৰাজ্যসভাৰ নিৰ্বাচনৰ বাবে সৰ্বানন্দ সোণোৱালৰ মনোনয়ন দাখিল
  • ৰাজ্য সভাৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কেন্দ্ৰিয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
  • সোণোৱালে দিছপুৰৰ অসম বিধানসভাত দাখিল কৰিছে মনোনয়ন।
  • ৪ অক্টোবৰত অনুষ্ঠিত হব ৰাজ্যসভাৰ নিৰ্বাচন।
  • ৰাজ্যসভাত অসমৰ খালী হৈ আছে এখন আসন।
  • ৰাজ্যসভাৰ এই আসনৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল সৰ্বানন্দ সোণোৱালৰ।
  • সোণোৱালক সংগ দিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
  • ইয়াৰোপৰি সোণোৱালক সংগ দিছে অগপ, ইউ পি পি এলৰ নেতৃত্বই।
  • লগতে উপস্থিত আছে বিজেপি দলৰ জ্যেষ্ঠ নেতাৰ লগতে বহু কেইজন মন্ত্ৰী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in