দিল্লীত ৰাজনাথ সিঙৰ সৈতে কি আলোচনা কৰিলে সৰ্বানন্দ সোণোৱালে?

দিল্লীত ৰাজনাথ সিঙৰ সৈতে কি আলোচনা কৰিলে সৰ্বানন্দ সোণোৱালে?
  • ৰাজনাথ সিঙক সাক্ষাত্‍ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনা কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে।
  • কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি আন কেতবোৰ কথাও আলোচনা কৰে তেওঁ।
  • সোণোৱালৰ সৈতে মণিপুৰৰ মুখ্যমন্ত্ৰী বীৰেন সিঙেও সাক্ষাৎ কৰিলে ৰাজনাথ সিঙক।
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ উত্তৰ-পূৰ্বত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতিৰ মাজতে ৰাজনাথ সিঙক সাক্ষাৎ কৰে দুয়োজন মুখ্যমন্ত্ৰীয়ে।
  • আইন-শৃংখলাক লৈও আলোচনাৰ সম্ভাৱনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in