শেহতীয়া খবৰ
১ লাখ ২ হাজাৰ ৪৬২ জন লোকৰ নাম অন্তৰ্ভূক্তিৰে প্ৰকাশ পালে এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা, সবিশেষ খবৰ...  •  মুজাফ্ফৰপুৰত একিউট এনকেফেলাইটিছ ছিণ্ড্ৰমত আক্ৰান্ত হৈ মৃত্যু হোৱা শিশুৰ সংখ্যা ১৩২ জনলৈ বৃদ্ধি  •  এছ ইউ ভি বাহনে মহতিয়াই নিলে পদপথত শুই থকা লোকক, নিহত ৩ শিশুসহ ৪জন  •  পথ দুৰ্ঘটনাত মন্ত্ৰী পুত্ৰসহ নিহত ৩  •  শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ সোণালী জয়ন্তীৰ প্ৰস্তুতি তুংগত  •  কিছু সময়ৰ পিছতে প্ৰকাশ পাব এন আৰ চিৰ অতিৰিক্ত কৰ্তন তালিকা  •  মন্ত্ৰী নৱ দলেৰ গৃহ পঞ্চায়তত কৃষি বান্ধৰ দুৰ্নীতি, ২০ লাখৰ ঠাইত খৰচ নকৰিলে ১০ হাজাৰো, কাম নকৰাকৈয়ে সৰকালে ৮.৮০ লাখ টকা  •  ড° অনামিকা ৰায় সোঁৱৰণী ন্যাসৰ উদ্যােগত ৰোগীৰ অধিকাৰ দিৱস উদযাপন  •  ক্ৰিকেট বিশ্বকাপত অষ্ট্ৰেলিয়াৰ সন্মুখত শিৰণত আয়োজক দেশ ইংলেণ্ড  •  পৰস্ত্ৰীৰ অশ্লীল ফটো ছ'চিয়েল মিডিয়াত ভাইৰেল কৰি ৰঙাঘৰত সোমাল বদৰপুৰৰ সেনা জোৱান

চাপৰৰ আৰেয়াঝাৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ১

73

ডিজিটেল সংবাদ, বঙাইগাঁওঃ চাপৰৰ আৰেয়াঝাৰত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা৷ কন্টেইনাৰ বাহন আৰু বলেৰ’ পিক আপৰ মাজত সংঘৰ্ষ হয়৷

দুৰ্ঘটনাত বলেৰ’ বাহনখনৰ চালকজনৰ থিতাতে মৃত্যু হয়৷ ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক৷ মৃত্যু হোৱা চালকজনক বাতৰি লিখা সময়লৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ দুৰ্ঘটনাগ্ৰস্ত বলেৰ’খনৰ নম্বৰ এএছ-১০-বি-৭৪৪৫ আৰু কন্টেইনাৰখনৰ নম্বৰ এইছআৰ-৩৮-ইউ-৭৩৮১৷

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি