চাপৰৰ আৰেয়াঝাৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ১

চাপৰৰ আৰেয়াঝাৰত ভয়াৱহ পথ দুৰ্ঘটনা, নিহত ১

ডিজিটেল সংবাদ, বঙাইগাঁওঃ চাপৰৰ আৰেয়াঝাৰত সংঘটিত হৈছে এক ভয়াৱহ পথ দুৰ্ঘটনা৷ কন্টেইনাৰ বাহন আৰু বলেৰ' পিক আপৰ মাজত সংঘৰ্ষ হয়৷

দুৰ্ঘটনাত বলেৰ' বাহনখনৰ চালকজনৰ থিতাতে মৃত্যু হয়৷ ইফালে দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় দুজন লোক৷ মৃত্যু হোৱা চালকজনক বাতৰি লিখা সময়লৈকে চিনাক্ত কৰিব পৰা হোৱা নাই৷ দুৰ্ঘটনাগ্ৰস্ত বলেৰ'খনৰ নম্বৰ এএছ-১০-বি-৭৪৪৫ আৰু কন্টেইনাৰখনৰ নম্বৰ এইছআৰ-৩৮-ইউ-৭৩৮১৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in