শেহতীয়া খবৰ
দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  দুখীয়াৰ মনৰ কথা বুজ লৈ ন'বেল লাভ কৰা ভাৰতৰ পুত্ৰ-বোৱাৰী...  •  ৰহাৰ প্ৰাঞ্জল মেম'ৰিয়েল একাডেমীৰ ৰূপালী জয়ন্তী বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  বেলতলাত নামাজ পঢ়ি উভতাৰ সময়তে তীব্ৰবেগী বাইকৰ খুন্দাত প্ৰাণ গ'ল এজনৰ, চিচিটিভিত বন্দী দুৰ্ঘটনাৰ সমগ্ৰ দৃশ্য, VIDEO  •  নিশা ভূমিকম্পই জোকাৰি গ’ল হিমাচলপ্ৰদেশ...  •  ঢকুৱাখনাৰ ধেনুখনাত ধেমাজি জিলা সমিতিৰ উদ্যোগত অগপৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন  •  মাৰ্ঘেৰিটাৰ বৰগোলাইত পথ দুৰ্ঘটনাত এজন নিহত  •  বৰক্ষেত্ৰীত অগপৰ প্ৰতিষ্ঠা দিৱস, আঞ্চলিক দলত যোগদান বহু পুৰুষ-মহিলাৰ

গুৰুজনাৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী উপলক্ষে কণকণ শিশুৰ ভাওনাৰে মুখৰিত হ’ল বটদ্ৰৱা থান…VIDEO

106

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১ সংখ্যাক জন্ম জয়ন্তী উপলক্ষে মঙলবাৰে নিশা বটদ্ৰৱা থানত কনকন শিশু অভিনয়ৰে “চোৱাতন বধ” ভাওনা মঞ্চস্থ হয়।

যান্ত্ৰিকতাৰ যুগতো গুৰু শংকৰৰ অপূৰ্ব সৃষ্ট ভাওনা পৰিবেশনৰ মাজেৰে এক সুন্দৰ বাতাবৰণৰ সৃষ্টি কৰে এজাক শিশুৱে।

কৃষ্ণ, শিৱ, নাৰদ, অসুৰ, দেৱতা আদি ভিন্ন চৰিত্ৰত কৰা অভিনয়, খোলৰ ছেৱে ছেৱে নাচ, যুদ্ধ আদিৰে ভৰপূৰ “চোৱাতন বধ” ভাওনাই উপস্থিত দৰ্শকক আপ্লুত কৰি তোলে।

বটদ্ৰৱা থানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম জয়ন্তী উপলক্ষে তিনিদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত বিভিন্ন কাৰ্য্যসূচীৰ লগতে নিশা নাটঘৰ প্রাঙ্গনত অনুষ্ঠিত হয় এই “চোৱাতন বধ” ভাওনা।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি