চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ

চামগুৰিত পিঞ্জৰাবদ্ধ প্ৰকাণ্ড নাহৰফুটুকী বাঘ
  • স্বস্তিৰ নিশ্বাস পেলালে চামগুৰিৰ ভৰাগুৰিবাসীয়ে
  • অৱশেষত পিঞ্জৰাবদ্ধ হ'ল এটা প্ৰকাণ্ড নাহৰফুটুকী বাঘ।
  • বন বিভাগে পতা পিঞ্জৰাত আবদ্ধ নাহৰফুটুকীটো।
  • দীৰ্ঘদিন ধৰি ভৰাগুৰিত গোহালিতেই কেইবাটাও গৰু-ছাগলী ভক্ষণ কৰি ত্ৰাস সৃষ্টি কৰি আহিছিল আহিছিল বাঘটোৱে।
  • বাঘটোক লৈ আতংকিত হৈ পৰিছিল স্থানীয় ৰাইজ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in