শেহতীয়া খবৰ
চৰকাৰে কৃষকসকলক বিভাজিত কৰি আন্দোলনটোক নিষ্ফল কৰাৰ প্ৰয়াস কৰিছেঃ প্ৰফেচৰ দৰ্শনপাল...  •  দেশৰ ১ লাখ ছাত্ৰ-ছাত্ৰীয়ে ব্যক্তিগতখণ্ডৰ বিদ্যালয় এৰি চৰকাৰী বিদ্যালয়লৈ ঢাপলি মেলিছে কিয়...  •  ধনশিৰি আছুত মোক্ষম আঘাত,আছু ত্যাগ কৰি যোগদান কৰিলে চুতীয়া ছাত্ৰ সন্থাত...  •  বিটিচিত বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠন কৰিবঃ ৰঞ্জিত দাস...  •  সাংস্কৃতিক কৰ্মী বুন বৰাৰ উদ্যোগত বিন্দাচ অৰিজিনেল নামৰ আন্তঃৰাষ্ট্ৰীয় মনোৰঞ্জন ধৰ্মী এপৰ শুভাৰম্ভ...  •  ড্ৰাগছৰ গোচৰত গ্ৰেপ্তাৰ হোৱা অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তীৰ ভাতৃ চৌভিক চক্ৰৱৰ্তীৰ জামিন মঞ্জুৰ...  •  বোকাজানৰ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজানত বিধ্বংসী অগ্নিকাণ্ড...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  ব্ৰিটেইনে উদ্ভাৱন কৰিলে কোভিড ভেকচিন, অহা সপ্তাহৰ পৰা আৰম্ভ হ’ব টিকাকৰণ...  •  বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ বাসগৃহত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস...

১৪ দিনৰ কোৱাৰেন্টাইনত ভাইজান…

354

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰখ্যাত অভিনেতা চলমানেখানে নিজকে কোৱাৰেন্টাইন কৰিছে। এতিয়াৰে পৰা ১৪ দিনলৈ হোৱা চেল্ফ আইচ’লেশ্যনত থাকিব অভিনেতাজন।কোৰোনা মহামাৰীৰ প্ৰকোপ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আৰু সকলো ঔষধ নিৰ্মাণ কোম্পানীয়ে ইয়াৰ ভেকচিন উদ্ভাৱনৰ বাবে কাম কৰি আছে। বলিউডৰ কেইবাজন অভিনেতাইয়ো বৰ্তমানলৈ এই সংক্ৰমণৰ মূখামুখি হৈছে।

দৰাচলতে চলমান খানৰ ড্ৰাইভাৰ জনৰ দেহত কোৰোনা পজিটিভ ধৰা পৰিছে। তেওঁৰ লগতে চলমান খানৰ আনদুজন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোনা। ইয়াৰ পিছত চলমান খানৰ লগতে তেওঁপ পৰিয়ালৰ সকলোৱে কোৰোনাৰ পৰীক্ষা কৰাইছিল যদিও তেওঁলোকৰ ফলাফল নিগেটিভ আহিছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি