১৪ দিনৰ কোৱাৰেন্টাইনত ভাইজান…

১৪ দিনৰ কোৱাৰেন্টাইনত ভাইজান…

ডিজিটেল ডেস্কঃ বলিউডৰ প্ৰখ্যাত অভিনেতা চলমানেখানে নিজকে কোৱাৰেন্টাইন কৰিছে। এতিয়াৰে পৰা ১৪ দিনলৈ হোৱা চেল্ফ আইচ'লেশ্যনত থাকিব অভিনেতাজন।কোৰোনা মহামাৰীৰ প্ৰকোপ সমগ্ৰ বিশ্বতে বিয়পি পৰিছে আৰু সকলো ঔষধ নিৰ্মাণ কোম্পানীয়ে ইয়াৰ ভেকচিন উদ্ভাৱনৰ বাবে কাম কৰি আছে। বলিউডৰ কেইবাজন অভিনেতাইয়ো বৰ্তমানলৈ এই সংক্ৰমণৰ মূখামুখি হৈছে।

দৰাচলতে চলমান খানৰ ড্ৰাইভাৰ জনৰ দেহত কোৰোনা পজিটিভ ধৰা পৰিছে। তেওঁৰ লগতে চলমান খানৰ আনদুজন কৰ্মচাৰীৰ দেহত ধৰা পৰিছে কোৰোনা। ইয়াৰ পিছত চলমান খানৰ লগতে তেওঁপ পৰিয়ালৰ সকলোৱে কোৰোনাৰ পৰীক্ষা কৰাইছিল যদিও তেওঁলোকৰ ফলাফল নিগেটিভ আহিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in