শেহতীয়া খবৰ
ৰাজস্থানত কেনে আছে বড়িৰ ‘কইনা’বোৰ?  •  দেশ ভ্ৰমণ কৰিবলৈ আহি বৰপেটাত বাংলাদেশী নাগৰিকৰ মৃত্যু...  •  আঁচনিৰ ধন আত্মসাতৰ অভিযোগত বিধায়ক ৱাজেদ আলী চৌধুৰীৰ বিৰুদ্ধে হিতাধিকাৰী-কৃষক মুক্তি সংগ্ৰাম সমিতিৰ এজাহাৰ...  •  টিহুত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা সম্পন্ন...  •  হাস্পতালত কেন্দ্ৰীয় মন্ত্ৰীৰ গালৈ চিঞাহী চটিয়ালে যুৱকে...  •  বুধবাৰে পি চিদাম্বৰামক ই ডিয়ে কৰিব গ্ৰেপ্তাৰ...  •  থলুৱাক বঞ্চিত ৰেলবিভাগৰ! চতুৰ্থবৰ্গৰ চাকৰিত উত্তৰ পূৱ সীমান্ত ৰেলৱে লামডিঙ ডিভিজনত মুঠ ৮৯৯ গৰাকী বহিঃৰাজ্যৰ যুৱকক নিযুক্তি...  •  জম্মু-কাশ্মীৰত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘন, নিহত এগৰাকী মহিলা...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...  •  ‘ৰত্নাকৰ’ৰ চতুৰ্থ দিনৰ উপাৰ্জন ৪৩ লাখ...

চলমান খান, বিৰাট কোহলী কিমান পঢ়া? জানিবলৈ পঢ়ক….

2,811

ডিজিটেল ডেস্কঃ এনেকুৱা বহুলোক আছে যিয়ে উচ্চশিক্ষা নোলোৱাকৈয়ে সফলতাৰ শীৰ্ষত আৰোহণ কৰিছে। উদ্যোগপতি, অভিনেতা, খেলুৱৈকে ধৰি ভিন্ন ক্ষেত্ৰৰ বহুলোক উচ্চ শিক্ষা অবিহনেই সফলতাৰ বাটত আগবাঢ়িছে। বলিউদৰ ভাইজান চলমান খান আৰু ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰ শিক্ষাগত অৰ্হতা কিমান সেই সন্দৰ্ভত হয়তো বহুলোকেই নাজানে। ক্ৰীড়া আৰু বিনোদন জগতৰ এই দুই মহাৰথী কেৱল দ্বাদশ শ্ৰেণীলৈকেহে পঢ়া।

বলিউদৰ অভিনেতা চলমান খান গোৱালিয়ৰ সিন্ধিয়া স্কুল আৰু মুম্বাইৰ চেন্ট স্তিন্সলা স্কুলত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল। ইয়াৰ পাছতে চলমানে মুম্বাই নেচনেল কলেজত নামভৰ্ত্তি কৰিছিল যদিও অভিনয় জগতত ব্যস্ততাৰ বাবে দ্বাদশ শ্ৰেণীতে আনুষ্ঠানিক শিক্ষা সাং কৰিছিল।

salman khan

ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলীৰৰো আনুষ্ঠানিক শিক্ষা দ্বাদশ শ্ৰেণীৰ লৈকেহে গ্ৰহণ কৰিছিল। ১৯৯৮ চনত বিৰাট কোহলীয়ে ৱেষ্ট দিল্লী ক্ৰিকেট একাডেমীত নামভৰ্তি কৰাৰে পৰা অন্য শিক্ষা বাদ দিছিল। যদিও দ্বাদশ শ্ৰেণীৰ পৰা তেও শিক্ষা গ্ৰহণ কৰা নাছিল বিদ্যালয়ৰ শিক্ষকসকলে এতিয়াও বিৰাটক লৈ গৌৰৱবোধ কৰে।

विराट कोहली

ঠিক তেনেদৰে বলিউদৰ আলিয়া ভট্ট, দীপিকা পাডুকন, কংগণা ৰাণাৱটৰ দৰে অভিনেত্ৰী সকল দ্বাদশ শ্ৰেণীৰ লৈকেহে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিছিল।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি